গুৱাহাটী: ভাৰত চৰকাৰৰ গাইডলাইন অনুসৰি কঠোৰ হৈছে অসম আৰক্ষী। এই অনুসৰি তলত উল্লেখ কৰা বিষয়ৰ কঠোৰ ৰূপায়ণ নিশ্চিত কৰা হব বুলি প্ৰকাশ কৰে শীৰ্ষ আৰক্ষী বিষয়াই–
ADVERTISEMENT
- মুখত মাস্ক/ আৱৰণ পৰিধান কৰাটো বাধ্যতামূলক।
- দুচকীয়া বাহনক কেৱল চালকৰ বাবে।
- ব্যক্তিগত গাড়ীত চালক আৰু পাছৰ আসনত এজন বহিব পাৰিব।
- ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব।