ই -কমাৰ্চ সেৱাৰ সালসলনি, কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে যোগান ধৰিব পাৰিব

956734 mha

◆ ২০ এপ্ৰিলৰ পিছৰ পৰা আৰম্ভ হ’ব ই-কমাৰ্চ সেৱা।

◆ কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে যোগান ধৰিব পাৰিব ।

◆ অতি প্ৰয়োজনীয় নহ’লে ই-কমাৰ্চ প্ৰতিষ্ঠান সমূহে বিতৰণ কৰিব নোৱাৰিব কোনো সামগ্ৰী।

◆ ম’বাইল ফোন, টেলিভিছন, ফ্ৰীজ, লেপটপ, কাপোৰ  ই-কমাৰ্চৰ প্ৰতিষ্ঠানত উপলব্ধ হ’ব । 

◆ ই- কমাৰ্চৰ প্ৰতিষ্ঠানসমূহে সামগ্ৰীসমূহ ভানৰ সহায়ত যোগান দিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব।

Exit mobile version