Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

    ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে

    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ধৰিত্ৰীৰ অটল গহ্বৰত সুপ্ত ভাইৰাছ 

publisher by publisher
April 22, 2020
in COVID-19, News
Reading Time: 1 min read
0
ধৰিত্ৰীৰ অটল গহ্বৰত সুপ্ত ভাইৰাছ 
2
SHARES
21
VIEWS
ShareShareShareShare

অনাগত সময়ত জলবায়ু পৰিৱৰ্তন বিশ্ববাসীৰ বাবে ঘাটক স্বৰূপ হৈ উঠিব পাৰে । বৰফাবৃত্ত অঞ্চল তথা সমুদ্ৰতলিৰ বাস্তুতন্ত্ৰৰ ভৱিষ্যৎ সময়ত সামান্যতমো বিঘ্নিত হোৱাৰ অৰ্থ হ’ব পৃথিৱীক আৰু এখোজ ধ্বংসৰ মুখলৈ আগবঢ়াই দিয়া । বৰ্তমান সময়ত সকলোৱে এটা কথাতে গুৰুত্ব দিব লাগিব যাতে বিশ্বৰ পৰিবেশৰ আৰু কোনো পৰিৱৰ্তন নহয় । কাৰণ পৰিবেশ পৰিৱৰ্তনৰ লগত জড়িত হৈ আছে মানৱ সভ্যতাৰ অস্তিত্ব। কিয়নো পৰিৱেশৰ সামান্যতমো পৰিৱৰ্তনত ধৰিত্ৰীৰ অটল গহ্বৰত সুপ্ত অৱস্থাত থকা প্ৰাণঘাতী ভাইৰাছে নৰূপত আক্ৰমণাত্মক হৈ উঠিব পাৰে । আদিম কালৰে পৰাই বেক্টেৰিয়া-ভাইৰাছ আদিয়ে লাহে লাহে বিবৰ্তিত হৈ প্ৰজন্মৰ পৰিৱৰ্তন কৰি আছে ।

ADVERTISEMENT

কিন্ত মানুহে প্ৰতিষেধক অথবা ঔষধৰ মাধ্যমত ৰোগ সৃষ্টিকাৰী ভাইৰাছক দমন কৰি ৰাখিছে । পেনিচিলিন আৱিষ্কাৰৰ পূৰ্বেও মানুহৰ হাতত আছিল প্ৰাকৃতিক এন্টিবায়’টিকৰ ভাণ্ডাৰ । বেক্টেৰিয়াসহ বিভিন্ন ভাইৰাছে  বিভিন্ন সময়ত এন্টিবায়’টিকক পৰাজিত কৰি নৰূপ প্ৰদৰ্শন কৰি আহিছে । জীৱশ্ৰেষ্ঠ মানুহ আৰু ভাইৰাছৰ এই যুঁজখন আৱহমান কালৰে পৰা চলি আছে, কিন্ত সুপ্ত ভাইৰাছ বিলাকে যেতিয়াই আক্ৰমণাত্মক হৈ উঠে তেতিয়াই মানুহৰ বাবে সৃষ্টি হয় নতুন বিপদৰ । এনে প্ৰতিটো আক্ৰমণতে মহামাৰীৰ আশংকা বৃদ্ধি পায় । এই ভাইৰাছ বা জীৱাণুবিলাক সমুদ্ৰৰ অটল গহ্বৰ অথবা মেৰু অঞ্চলৰ বৰফৰ তলত লাখ লাখ বছৰ ধৰি নিজ ৰূপত অপৰিৱৰ্তিতভাৱেও থাকিব পাৰে ।

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

‘নেচাৰ’ নামৰ প্ৰখ্যাত বিজ্ঞান আলোচনীখনত নখন দেশৰ ৩০জন অণুজীৱ বিজ্ঞানীয়ে শেহতীয়াকৈ এই সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছে । তথ্য অনুসৰি, সমূদ্ৰতলিত অদৃশ্য অণুজীৱৰ সংখ্যা প্রায় ১১০৩০ । এই সংখ্যা সমুদ্ৰৰ জীৱজগতৰ প্ৰায় ৯০ শতাংশ । এনে অণুজীৱক বিভিন্ন পৰ্যায়ত খাদ্য হিচাপে গ্ৰহণ কৰি জীৱন ধাৰণ কৰে মাছকে ধৰি সমুদ্ৰিক প্ৰাণীয়ে । মেৰু অঞ্চলৰ বৰফৰ স্তৰে স্তৰেও ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া চলমান অৱস্থাত আছে ।উষ্ণতা বৃদ্ধিৰ ফলত বৰফ গলিলে পুনৰ সন্ত্ৰাসৰ কাৰণ হৈ উঠিব পাৰে এনে বেক্টেৰিয়াই । আৰম্ভ কৰিব পাৰে সংক্ৰমণ । মনত ৰখা প্ৰয়োজন যে অতীজৰে পৰা বৰফত মানুহকে ধৰি বিভিন্ন প্ৰাণীক সমাধিস্থ কৰি অহাৰ প্ৰথা আছে । ছাইবেৰিয়াৰ বিভিন্ন স্থানতো বৰফৰ তলিত আছে মাৰাত্মক ভাইৰাছ । গৱেষক জন মিচেলে বৰফৰ তলিত থকা ৩০-৪০ হেজাৰ বছৰ পূৰ্বৰ জীবাশ্মতো আবিষ্কাৰ কৰিছে মাৰাত্মক ভাইৰাছ ।

ডি এন এৰ পৰীক্ষাত দেখা গৈছে ই মানুহৰ বাবে অত্যন্ত বিপজ্জনক। আলাস্কাৰ তুন্দ্ৰা অঞ্চলৰ সমাধিস্থলত পোৱা গৈছে এই বিপজ্জনক ভাইৰাছ । এই ভাইৰাছ ১৯১৮ ত বিধ্বংসী ৰূপ ধাৰণ কৰা ‘স্পেনিচ ফ্লু’ৰ লগত সাদৃশ্যযুক্ত । বৰফৰ স্তৰ গলিলেই এনে ভাইৰাছৰ পুনৰ উত্থান হ’ব পাৰে । ১৮৯০ ত ছাইবেৰিয়াত স্মলপক্স’ত আক্ৰান্ত হৈ চহৰখনৰ ৪০ শতাংশ লোকৰ মৃত্যু হৈছিল । ২০১৬ চনত সমান্তৰালভাৱে ছাইবেৰিয়াৰ এখন গাঁৱত এনথ্ৰাক্স ৰোগ । এই ৰোগ ৭৫ বছৰ পূৰ্বে এনথ্ৰাক্সত মৃত্য হোৱা এটা হৰিনাৰ পৰা বিয়পিছিল । হৰিণাটি বৰফত সমাধিস্থ কৰা হৈছিল । গ্ৰীষ্মকালত বৰফৰ স্তৰ গলাত হৰিণাৰ মৃতদেহটি অনাবৃত হৈ পৰাত মাটি-পানীৰ যোগেৰে মানুহৰ খাদ্য শৃংখলাত প্ৰৱেশ কৰিছিল । নাছাৰ বিজ্ঞানীয়ে ইতিমধ্যে আলাস্কাৰ হিমবাহৰ তলিত ৩২ হেজাৰ বছৰ পূৰ্বৰ বেক্টেৰিয়াৰ উপস্থিতি আৱিষ্কাৰ কৰিছে । এনে ক্ষেত্ৰত বৰ্তমান এটাই লক্ষ্য হোৱা উচিত যাতে পৰিবেশৰ পৰিৱৰ্তনৰে এই জীৱাণুবিলাক মুকলিলৈ আহি আক্ৰমণাত্মক হ’ব নোৱাৰে । ইয়াৰ বাবে পৰিৱেশ পৰিৱৰ্তনৰ কাৰণবিলাকৰ দূৰ কৰাৰ বাহিৰে মানৱ জাতিৰ ওচৰত অন্যান্য সকলো পথ আজি বন্ধ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19WORLD FIGHTS CORONA
publisher

publisher

Related Posts

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
News

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

March 12, 2026
আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়
News

আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

March 12, 2026
ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে
News

ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে

March 12, 2026
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d