অম্বুবাচী মেলা অনুষ্ঠিত নকৰা সিদ্ধান্তক আদৰণি অসম পৰ্যটন নিগমৰ : পৰ্যটন বিভাগেও গ্ৰহণ নকৰে কোনো কাৰ্যসূচী

ambubachi 3

♦ দেশৰ বৰ্তমানৰ পৰিস্থিতিত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত নকৰা সিদ্ধান্তক আদৰণি জনাইছে অসম পৰ্যটন নিগমে |

♦ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কামাখ্যা মন্দিৰৰ দলৈ সমাজে লোৱা এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন |

♦ অম্বুবাচী মেলা অনুষ্ঠিত নোহোৱাৰ সন্দৰ্ভত প্ৰচাৰ তীব্ৰ কৰাৰ আহ্বান |

♦ সেই দিনকেইটাত পৰ্যটন বিভাগে গ্ৰহণ নকৰে কোনো কাৰ্যসূচী |

♦ বহি:ৰাজ্যৰ পৰা অহা ভক্তৰ সমাগম ৰোধ কৰিব লাগিব |

♦ পৰিবহন বিভাগে গ্ৰহণ কৰিব লাগিব ব্যৱস্থা |

♦ চৰকাৰে গ্ৰহণ কৰিব লাগিব বিশেষ ব্যৱস্থা |

♦ দলৈ সামাজে দূৰদৰ্শী আৰু সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিছে |

♦প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে ইয়াৰ পৰা শিকিবলগীয়া আছে |

♦ ভয়াৱহতা মাতি অনা কাম কোনেও গ্ৰহণ কৰিব নালাগে |

Exit mobile version