দেশজুৰি অব্যাহত থকা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা অসমৰ ৩৫০ জনতকৈ অধিক শিক্ষাৰ্থী স’তে বৃস্পতিবাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেঞ্চিং বাৰ্তালাপ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় | মন্ত্ৰীজনে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি তেওঁলোকক নিশ্চয়তা প্ৰদান কৰে ৷ উল্লেখ্য যে বৃস্পতিবাৰৰ এই ভিডিঅ’ কনফাৰেঞ্চিং বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাৰ উপৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ সিনহা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ( আইন-শৃংখলা) জি. পি. সিং আৰু শিক্ষা বিভাগৰ প্ৰধান সচিৱ কল্যাণ চক্ৰৱৰ্তীয়ে অংশ লয় |
ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19HIMANTA BISWA SHARMALockdown
Related Content
এতিয়া ছিমৰনৰ দিন নাই: কাজল
By
publisher
April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
By
publisher
April 25, 2026
বিশ্বত সলনি হ'বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
By
publisher
April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
By
publisher
April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026