কৰ’না প্ৰসংগ

coronavirus4m utz5jt

■ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২,৯৪৩,৫৮২ জন, মৃত্যু হৈছে ২০৩,৯১৭ জনৰ আৰু সুস্থ হৈ উঠিছে ৮৪২,৩৩৩ জন।

■ সম্পূৰ্ণ ছয় সপ্তাহৰ মূৰত স্পেইনত শিশু সকলক মুকলিকৈ বাহিৰত খোজকাঢ়িবলৈ অনুমতি দিয়া হৈছে।

■ চৌদি আৰবত আংশিক ভাবে তলাবন্ধৰ বাধা আঁতৰাই দিয়া হৈছে।

■ প্ৰধান মন্ত্ৰী বৰিছ জনচনে সোমবাৰৰ পৰা পুনৰ নিজৰ কাৰ্যসূচী আৰম্ভ কৰিব।

■ আমেৰিকাত দৈনিক পৰীক্ষাৰ মাত্ৰা বৃদ্ধি কৰা হৈছে।

Exit mobile version