আইআইটি দিল্লীৰ এটা বিজ্ঞানীৰ দলে নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ ভাইৰাছ চিনাক্তকৰণৰ এবিধ সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে | যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী তেওঁলোকক প্ৰশংসা কৰিছে ৷ তেওঁ কয় যে এই পৰীক্ষণ সঁজুলিয়ে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায়ক ভূমিকা পালন কৰিব৷ ইফালে দলটোৱে অতি শীঘ্ৰেই ইয়াক বাণিজ্যিক সহযোগীৰ উপযুক্ত হোৱাকৈ নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি মত ব্যক্ত কৰিছে ৷
নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে আইআইটি দিল্লীয়ে
-
By publisher
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19IIT DELHIINDIA FIGHTS CORONA
Related Content
Rahul Gandhi:পাঁচ জুনত মহিলাৰ একাউণ্টত সোমাব এক লাখ টকা খটাখট খটাখট : আমেঠিত ঘোষণা ৰাহুলৰ
By
publisher
May 18, 2024
Jorhat Murder: সুৰাপায়ী পিতৃক পুত্ৰ-পত্নীয়ে হত্যা কৰি সৎকাৰ কৰিলে মৃতদেহ !
By
publisher
May 18, 2024
Drugs Paddlar Arrested In Morigaon:মৰিগাঁৱৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্রাগছসহ আটক সৰবৰাহকাৰীক
By
publisher
May 18, 2024