আইআইটি দিল্লীৰ এটা বিজ্ঞানীৰ দলে নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ ভাইৰাছ চিনাক্তকৰণৰ এবিধ সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে | যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী তেওঁলোকক প্ৰশংসা কৰিছে ৷ তেওঁ কয় যে এই পৰীক্ষণ সঁজুলিয়ে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায়ক ভূমিকা পালন কৰিব৷ ইফালে দলটোৱে অতি শীঘ্ৰেই ইয়াক বাণিজ্যিক সহযোগীৰ উপযুক্ত হোৱাকৈ নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি মত ব্যক্ত কৰিছে ৷
নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে আইআইটি দিল্লীয়ে
-
By publisher
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19IIT DELHIINDIA FIGHTS CORONA
Related Content
Loksabha Election2024:টেম্প'খন ক'ত ৰ'বগৈ?
By
publisher
May 13, 2024
CBSE 12th Result 2024 : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ
By
publisher
May 13, 2024
Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান
By
publisher
May 13, 2024
89 Indian Army Personnel Leave Maldives:মালদ্বীপ ত্যাগ ৮৯ ভাৰতীয় সেনাৰ
By
publisher
May 11, 2024
Pope Francis::ইটালীবাসীক অধিক সন্তান জন্ম দিবলৈ আহ্বান পোপ ফ্রান্সিছৰ !
By
publisher
May 11, 2024