Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ বিৰুবালা ৰাভাৰ, ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত সম্পন্ন হ'ব পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পাৰ্থিৱ শৰীৰ

publisher by publisher
May 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Padmashri Birubala Rabha Passed Away:

ADVERTISEMENT

অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পৰলোকপ্ৰাপ্তি।সোমবাৰে পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। উল্লেখ্য যে,বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ তেওঁ চিকিৎসাধীন হৈ আছিল জিএম চিএইছত ।

আজি পুৱা আই চি ইউতে মৃত্যু হয় ৷ মহিয়ষী নাৰী বিৰুবালা ৰাভাই যোৱা দুটা দশক ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা অনাৰ বা অহৰহ প্ৰচেষ্টাত আত্মনিয়োগ কৰিছিল ৷ একেদৰে, ডাইনী সন্দেহত যিসকল লোক আতিশয্যৰ সন্মুখীন হৈছিল সেইসকলক তেওঁ সহায় কৰিছিল ৷ এনে সাহসীমূলক কাৰ্যৰ বাবে ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

আনহাতে তেওঁক ২০০৮ চনত বীৰুবালা ৰাভাক মুম্বাইত ৰিলায়েঞ্চ ইণ্ডিয়া লিমিটেডৰ সম্বর্ধনা ৷২০১১ চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা ৷ ২০১৫ত দ্বাদশ উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ।২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল ডক্টৰেট ডিগ্ৰী ৷ ২০১৯ বর্ষত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ শেহতীয়াকৈ ২০২১ চনত বীৰুবালা ৰাভালৈ পদ্মশ্রী সম্মান ৷

পদ্মশ্ৰী বীৰুবালা ৰাভাই ১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল ৷ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বীৰুবালা ৰাভাই। কণমানি কালৰে পৰা বিভিন্ন সামাজিক কামত ব্যস্ত থকাৰ মাজতে পৰৱৰ্তী সময়ত ২০০০ চনৰ জড়িত হৈ পৰে সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে ৰাইজক সচেষ্ট কৰি তোলা নানান কৰ্মত । প্ৰথম পদক্ষেপ হিচাপে নিজৰ জিলা গোৱালপাৰাৰ পৰা ডাইনী প্ৰথাৰ বিৰুদ্ধে নানান সভা পাতি ৰাইজক সজাগ কৰে ।গাঁৱে-ভূঞে গৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ চেষ্টা চলাইছিল।

বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’

আনহাতে,পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বীৰুবালা ৰাভা বাইদেৱে নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বাইদেউৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। বাইদেউৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱনৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত আত্মীয়-স্বজনলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।

আনহাতে ,প্ৰয়াত বিৰুবালা ৰাভাৰ শেষকৃত্যৰ কাম-কাজ তদাৰক কৰিবলৈ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জিএমচিএইছত উপস্থিত হৈ বিৰুবালা ৰাভাৰ নশ্বৰ দেহত ৰাষ্ট্ৰীয় পতাকা ঢাকি দি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাজ্ঞলী জ্ঞাপন কৰে ৷ একেদৰে জিএমচিএইছ কৰ্তৃপক্ষও মহীয়সী নাৰী গৰাকীলৈ শেষ শ্ৰদ্ধাজ্ঞলীৰে শেষ বিদায় জনায় ৷

উল্লেখ্য যে,পদ্মশ্ৰী বীৰুবালা ৰাভা পাৰ্থিৱ শৰীৰ তেওঁ জন্মথলীলৈ নিয়া হ’ব ৷ তাতে গোৱালপাৰা জিলা প্ৰশাসনৰ তত্ত্বাৱধানত ৰাষ্টীয় মৰ্যদাৰে শেষ কৃত্য সম্পন্ন
হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Viswa SarmaGMCHPadmashri Birubala Rabha Passed AwayUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d