আইআইটি দিল্লীৰ এটা বিজ্ঞানীৰ দলে নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ ভাইৰাছ চিনাক্তকৰণৰ এবিধ সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে | যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী তেওঁলোকক প্ৰশংসা কৰিছে ৷ তেওঁ কয় যে এই পৰীক্ষণ সঁজুলিয়ে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায়ক ভূমিকা পালন কৰিব৷ ইফালে দলটোৱে অতি শীঘ্ৰেই ইয়াক বাণিজ্যিক সহযোগীৰ উপযুক্ত হোৱাকৈ নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি মত ব্যক্ত কৰিছে ৷
নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে আইআইটি দিল্লীয়ে
-
By publisher
![Assam News Today | নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে আইআইটি দিল্লীয়ে - Dainik Agradoot | IMG 20200426 WA0004](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/04/IMG-20200426-WA0004.jpg?fit=732%2C1006&ssl=1)
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19IIT DELHIINDIA FIGHTS CORONA
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024