আইআইটি দিল্লীৰ এটা বিজ্ঞানীৰ দলে নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ ভাইৰাছ চিনাক্তকৰণৰ এবিধ সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে | যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী তেওঁলোকক প্ৰশংসা কৰিছে ৷ তেওঁ কয় যে এই পৰীক্ষণ সঁজুলিয়ে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায়ক ভূমিকা পালন কৰিব৷ ইফালে দলটোৱে অতি শীঘ্ৰেই ইয়াক বাণিজ্যিক সহযোগীৰ উপযুক্ত হোৱাকৈ নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি মত ব্যক্ত কৰিছে ৷
নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে আইআইটি দিল্লীয়ে
-
By publisher
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19IIT DELHIINDIA FIGHTS CORONA
Related Content
Golden Monkey:পুনৰ বিদ্যুতস্পৃষ্ঠ হৈ মৃত্যু ঘটিল দুস্প্ৰাপ্য সোণালী বান্দৰৰ
By
publisher
December 23, 2024
Jamuguri H.S School:জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ শীৰ্ষক গীতৰ শুভ উন্মোচন
By
publisher
December 23, 2024
Brazil's Gramado plane crashes:জনবহুল চহৰত চূৰ্ণ- বিচুৰ্ণ যাত্ৰীবাহী বিমান !
By
publisher
December 23, 2024
Road Accident In Super Market: মহানগৰীৰ চুপাৰ মাৰ্কেটৰ উৰণসেতু শোকাৱহ পথ দুর্ঘটনা
By
publisher
December 23, 2024
সংবাদপত্ৰ-আলোচনীৰ পৃষ্ঠাত খাদ্য পৰিৱেশন কৰাৰ অভ্যাস আছে নেকি, সকীয়নি এফএছএছএআইৰ
By
publisher
December 23, 2024
ইমার্জেন্সী কেনে আছিল !
By
publisher
December 23, 2024