নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ চিনাক্তকৰণ সঁজুলি প্ৰস্তুত কৰি উলিয়ালে  আইআইটি দিল্লীয়ে

IMG 20200426 WA0004
​​​​​​​আইআইটি দিল্লীৰ এটা বিজ্ঞানীৰ দলে নিম্ন ব্যয়যুক্ত ক’ভিড-১৯ ভাইৰাছ  চিনাক্তকৰণৰ এবিধ সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে | যাৰ পৰিপ্ৰেক্ষিতত  কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী  তেওঁলোকক প্ৰশংসা কৰিছে ৷ তেওঁ কয় যে এই পৰীক্ষণ সঁজুলিয়ে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায়ক ভূমিকা পালন কৰিব৷ ইফালে দলটোৱে অতি শীঘ্ৰেই ইয়াক বাণিজ্যিক সহযোগীৰ উপযুক্ত হোৱাকৈ নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি মত ব্যক্ত কৰিছে ৷
Exit mobile version