তলাবন্ধৰ ফলত দৰিদ্ৰ লোক সকলৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে। দৰিদ্ৰতাৰ ভৰত কূজা হোৱা বটদ্ৰৱাৰ শিলপুখুৰীৰ এটা পৰিয়ালৰ এগৰাকী শতায়ু গৰকা এগৰাকী বৃদ্ধাক তেওঁৰ বৃদ্ধ পেঞ্চনৰ ধন কেইটাৰ বাবেই ঠেলাত উঠাই লৈ বেংকলৈ লৈ অনা দৃশ্যই আজি সকলোৰে চকু সেমেকাই তোলে। শতায়ু গৰকা ৰোগাক্ৰান্ত বৃদ্ধা গৰাকীক এনে অৱস্থাত বেংকলৈ অনাৰ মুখ্য কাৰণ আৰ্থিক দীনতা। তলাবন্ধৰ সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ বাবে দুৰ্বিসহ হৈ পৰিছে জীৱন সংগ্ৰাম। সেয়েহে আজি চৰকাৰৰ পৰা পোৱা বৃদ্ধ পেঞ্চনৰ ধন কেইটাৰ বাবেই ঠেলাত তুলি লৈ বৃদ্ধ পেঞ্চনৰ ধন উলিয়াবলৈ জাজৰিলৈ ঠেলাত লৈ অাহিব লগা হ’ল এগৰাকী শতায়ু গৰকা বৃদ্ধা গৰাকীক।
আৰ্থিক দুৰাৱস্থাৰ বিড়ম্বনা
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGANIST COVID-19Lockdown
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026