বিশ্বত্ৰাস কৰ’না ভাইৰাছত আক্ৰান্তৰ হৈছে ৰাজ্যৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ | ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালে | সোমবাৰে বঙাইগাওঁ জিলাৰ শালমৰাৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ দেহত কৰ’নাত সংক্ৰমণ হোৱাৰ কথা নিশ্চিত কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত অংশ লোৱা কৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী | উল্লেখ্য যে মুঠ আক্ৰান্তৰ ৩৬ জনৰ ২৭ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনক মৃত্যু আৰু সোমবাৰ পৰ্যন্ত আঠ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে |
ডাঙৰ খবৰ : ৰাজ্যত কৰ’নাত আক্ৰান্ত এগৰাকী ১৬ বছৰীয়া কিশোৰী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONABongaigaonCovid-19FIGHT AGANIST COVID-19
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026