গান্ধীবাদী হেম ভৰালীৰ দেহাৱসান

hema

A Sarvodaya Activist and the National Communal Harmony Award and Kabir Puraskar winner Smt. Hema Bharali addressing the media, in New Delhi on April 30, 2006.

■ শতায়ু গৰকা প্ৰবীন গান্ধীবাদী নেত্ৰী, মুক্তিযোদ্ধা, ‘পদ্মশ্ৰী’ হেম ভৰালীৰ দেহাৱসান।
■ দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল।
■ মহানগৰীৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
■ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০১ বছৰ।
■ তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।
Exit mobile version