সুৰ্দীঘ ২৭ দিনৰ মূৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল কৰ’নাৰ কণ্টেইনমেন্ট জ’ন হিচাপে চিহ্নিত মহানগৰীৰ অভিজাত আৱাসিক এলেকা স্পেনিছ গাৰ্ডেন | আৱাসিক এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মণিষ তিব্ৰেৱাল নামৰ ব্যৱসায়ীজন দেহত কৰ’না উপস্থিতি ধৰা পৰাৰ পাছতে যোৱা চাৰি এপ্ৰিলত ছীল কৰিছিল প্ৰশাসনে | আজি উপায়ুক্তৰ নিৰ্দেশমৰ্মে মুকলি হ’ল স্পেনিছ গাৰ্ডেন। কিন্তু পূৰ্বৰ দৰেই তলাবন্ধৰ মানি চলিব লাগিব বাসিন্দাসকলৰ।
সুৰ্দীঘ ২৭ দিনৰ মূৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল স্পেনিছ গাৰ্ডেন
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSSpanish Garden
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026