বুধবাৰে গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে মুঠ ৩৫টা সংবাদ প্রতিষ্ঠানলৈ “ইনফ্রাৰেড থার্মেল স্কেনাৰ’ প্ৰদান কৰে | গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ মহাপ্রবন্ধক পি কে কাকতি,মুখ্য প্রবন্ধক আৰ কে দেউৰী, প্রবন্ধক ভাস্কর্য প্রতীক বৈশ্য, সহযোগী প্রবন্ধক শেখৰজ্যোতি দত্ত আদিয়ে এই সামগ্ৰী বিতৰণ কৰে| মহাপ্রবন্ধক কাকতিয়ে সাংবাদিকসকলক সম্বোধন কৰি কয় যে এই মহা সংকটৰ সময়ত কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ এই থার্মেল স্কেনাই সংবাদ কর্মীসকলৰ স্বাস্থ্য পৰীক্ষাত সহায় কৰিব ৷
ৰাজ্যৰ ৩৫টা সংবাদ প্রতিষ্ঠানলৈ ‘ ইনফ্রাৰেড থার্মেল স্কেনাৰ’ প্ৰদান ইণ্ডিয়ান অইলৰ
-
By publisher

- Categories: City, COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUS
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025