- কৰ্তব্যৰত বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী জোৱান দেবাশীষ নাথক মহতিয়ালে অচিনাকি চাৰিচকীয়া বাহনে।
- তলাবন্ধৰ বাবে ৰাজপথত চলি থকা তালাচীৰ সময়ত চাৰি চকীয়া বাহনে খুন্দিয়াই পলায়ন কৰে আৰক্ষী জোৱান জনক ।
- গুৰুত্বৰ ভাৱে আঘাতপ্রাপ্ত জোৱান জনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ ।
- শুক্ৰবাৰে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে সংঘটিত হয় এই অঘটন।
ADVERTISEMENT