Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

England:এতিয়াৰে পৰা শিশুসকলৰ ওপৰত হাত উঠাব নোৱাৰিব !

publisher by publisher
March 6, 2025
in International
Reading Time: 2 mins read
0
England:এতিয়াৰে পৰা শিশুসকলৰ ওপৰত হাত উঠাব নোৱাৰিব !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Dispur Police:মহানগৰীত অভিযন্তাৰ ঘৰৰ পালেঙৰ ভিতৰত ওলাল বনকৰা কন্যা শিশু

২২ দিনৰ অন্তত অৱশেষত তিৰুৱনন্তপুৰম বিমানবন্দৰৰ পৰা স্থানান্তৰ হ’ল ব্ৰিটিছ এফ-৩৫বি যুদ্ধ বিমান

England:

শিশুক প্ৰহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ আহ্বান জনাইছে ইংলেণ্ডৰ শিশু চিকিৎসকে। বৰ্তমান যুক্তিসংগত কাৰণত শিশুক মাৰধৰ কৰা আইনগতভাৱে বৈধ। কিন্তু চিকিৎসকসকলে সেইটো নিবিচাৰে। গতিকে এই ক্ষেত্ৰত, বৰ্তমানৰ আইন সংশোধনৰ বাবে ব্ৰিটিছ সংসদত এখন বিধেয়ক উত্থাপন কৰা হৈছে।

ADVERTISEMENT

বৰ্তমানে, যুক্তিসঙ্গত কাৰণত শিশুক প্ৰহাৰ কৰাটো ইংলেণ্ডত বৈধ । অৱশ্যে, ৰয়েল কলেজ অফ পেডিয়াট্ৰিক্স এণ্ড চাইল্ড হেল্থ (আৰচিপিচিএইচ)য়ে কয় যে কোনো গৱেষণাত শিশু বিকাশৰ ওপৰত প্ৰহাৰৰ কোনো ইতিবাচক প্ৰভাৱ দেখা পোৱা নাই, কিন্তু বহুতো নেতিবাচক প্ৰভাৱ আছে।

তাৰ বাবেই ব্ৰিটিছ সংসদত বৰ্তমানৰ আইনখনৰ সংশোধনৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত শাসকীয় লেবাৰ পাৰ্টিৰ সাংসদ জেছ আছাটোৱে ‘ চিলড্ৰেনছ ৱেলবিং এণ্ড স্কুলছ বিল ’ নামেৰে সংশোধনী উত্থাপন কৰিছিল। যদিহে এক নিৰ্দিষ্ট সংখ্যক সাংসদে এই বিধেয়কখন সমৰ্থন কৰে তেন্তে ইংলেণ্ডত শিশু নিৰ্যাতন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।

আনকি নিজৰ পিতৃ-মাতৃয়েও শিশুটিক শাৰীৰিকভাৱে আঘাত দিয়াৰ অধিকাৰ নাথাকিব। অভিভাৱকসকলৰ এই বিধেয়কক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিশুৰ ওপৰত হাত উঠোৱা নিষেধাজ্ঞা আৰোপ কৰা এই বিধেয়কখন একাংশই সমৰ্থন কৰে যদিও বহুতে অপছন্দও কৰে। বহুতে ভাবে যে পিতৃ-মাতৃৰ সন্তানক শাসন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। তাত চৰকাৰী হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।

উল্লেখ্য যে, একাধিক অধ্যয়নত দেখা গৈছে যে অনুশাসন হিচাপে প্ৰহাৰ কৰিলে শিশুৰ বিকাশত কোনো ইতিবাচক প্ৰভাৱ নপৰে, বৰঞ্চ ই শাৰীৰিক আৰু মানসিকভাৱে ক্ষতিকাৰক।বিশেষজ্ঞসকলৰ মতে, যেতিয়া শিশুৱে শাস্তি হিচাপে শাৰীৰিকভাৱে আঘাত পায়, তেতিয়া তেওঁ অধিক প্ৰত্যাহ্বানমূলক আচৰণ কৰে, হতাশা, উদ্বেগ আৰু আক্ৰমণাত্মকতা দেখুৱায়

ইংলেণ্ডত যোৱা বছৰ ছাৰা নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰীৰ পিতৃ আৰু মাতৃৰ দ্বাৰা প্ৰহাৰ কৰাৰ ফলত মৃত্যু হৈছিল।তেতিয়াৰ পৰাই, বিভিন্ন শিশু সুৰক্ষা সংগঠনে শিশুৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ আৰম্ভ কৰিছে।

যদিও ইংলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডৰ আইনে যুক্তিসঙ্গত কাৰণত শিশুক প্ৰহাৰ কৰাৰ অনুমতি দিয়ে, স্কটলেণ্ড আৰু ৱেলছত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। পৃথিৱীৰ ৬৭ খন দেশত শিশুক প্ৰহাৰ কৰাটো অবৈধ। আন ২০ খন দেশে এই সংস্কৃতি বন্ধ কৰাৰ পৰিকল্পনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: British parliamentchild AbuseEnglandNew Low
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d