- কৰ্তব্যৰত বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী জোৱান দেবাশীষ নাথক মহতিয়ালে অচিনাকি চাৰিচকীয়া বাহনে।
- তলাবন্ধৰ বাবে ৰাজপথত চলি থকা তালাচীৰ সময়ত চাৰি চকীয়া বাহনে খুন্দিয়াই পলায়ন কৰে আৰক্ষী জোৱান জনক ।
- গুৰুত্বৰ ভাৱে আঘাতপ্রাপ্ত জোৱান জনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ ।
- শুক্ৰবাৰে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে সংঘটিত হয় এই অঘটন।
Breaking News
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026