দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)কে ধৰি শিক্ষাখণ্ডৰ সংশোধন তথা উত্থাপিত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰক অধিক প্ৰাধান্য দি অনলাইন শ্ৰেণীকোঠা, শিক্ষণ প’ৰ্টেল আৰু উৎসৰ্গিত শিক্ষা চেনেলসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সম্প্ৰচাৰ আদিৰ বিষয়সমূহে এই বৈঠকত স্থান পায়৷বৈঠকত শিক্ষাখণ্ডৰ সংশোধনৰ জৰিয়তে এক অনুনাদশীল জ্ঞানোদীপ্ত সমাজ সৃষ্টি কৰি উচ্চ গুণগতমানৰ শিক্ষাৰ নিশ্চিতিৰ স’তে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ এই লক্ষ্যসমূহত উপনীত হ’বলৈ কৃত্ৰিম বুদ্ধিমতাৰ স’তে এক কাৰ্যকৰী শৈক্ষিক প্ৰণালীৰ নিশ্চিতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ উত্তৰণ কৰা হ’ব৷
উচ্চ গুণগত শিক্ষাৰ নিশ্চিতৰ লগতে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত :বৈঠকত অংশ দেশৰ প্ৰধানমন্ত্ৰী
-
By publisher
- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSNarendra Modi
Related Content
Ten people have been killed in a devastating fire in California: বিধ্বংসী অগ্নিকাণ্ড !
By
Editor
January 10, 2025
HMPV Infection: ভাৰতত HMPV ৰ ত্ৰাস, চাৰিদিনত ৮ গৰাকী আক্ৰান্ত
By
publisher
January 10, 2025
AICC Secy Prithiviraj Sathe:বৰ্তমানে দিছপুৰৰ পৰাহে বিটিআৰৰ শাসন চলে !
By
Editor
January 10, 2025
Guwahati Incident: মহানগৰীৰ ৰুক্মিণীগাঁৱত চাঞ্চল্য
By
Editor
January 10, 2025
প্ৰসূতিৰ প্ৰাণ বচাব নোৱাৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে, চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰৰ দাবী
By
publisher
January 10, 2025