দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)কে ধৰি শিক্ষাখণ্ডৰ সংশোধন তথা উত্থাপিত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰক অধিক প্ৰাধান্য দি অনলাইন শ্ৰেণীকোঠা, শিক্ষণ প’ৰ্টেল আৰু উৎসৰ্গিত শিক্ষা চেনেলসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সম্প্ৰচাৰ আদিৰ বিষয়সমূহে এই বৈঠকত স্থান পায়৷বৈঠকত শিক্ষাখণ্ডৰ সংশোধনৰ জৰিয়তে এক অনুনাদশীল জ্ঞানোদীপ্ত সমাজ সৃষ্টি কৰি উচ্চ গুণগতমানৰ শিক্ষাৰ নিশ্চিতিৰ স’তে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ এই লক্ষ্যসমূহত উপনীত হ’বলৈ কৃত্ৰিম বুদ্ধিমতাৰ স’তে এক কাৰ্যকৰী শৈক্ষিক প্ৰণালীৰ নিশ্চিতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ উত্তৰণ কৰা হ’ব৷
উচ্চ গুণগত শিক্ষাৰ নিশ্চিতৰ লগতে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত :বৈঠকত অংশ দেশৰ প্ৰধানমন্ত্ৰী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSNarendra Modi
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025