অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহৰ নিৰাপত্তাত নিয়োজিত তিনি নিৰাপত্তাৰক্ষী | ৰাজ্যখনত দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে আৰু শেহতীয়াকৈ তিনিজন নিৰাপত্তা ৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড-১৯ | যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই এতিয়া ৰাজ্যখনত আতংক সৃষ্টি কৰিছে। উল্লেখ্য যে পূৰ্বে দুজন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছ। পুনৰ এজন নিৰাপত্তাৰক্ষীৰ দেহত এনেদৰে কোৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত আতংকই বিৰাজ কৰিছে |
মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী বাসগৃহৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি নিৰাপত্তাৰক্ষী কৰ’নাত আক্ৰান্ত
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona Viruscovid19INDIA CORONA VIRUS
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026