ৰাজ্যৰ গ্ৰীণ জ’নত থকা সুৰাৰ বিপনী খোলাৰ নিৰ্দেশ আবকাৰী বিভাগ 

default wine retailers 5
তলাবন্ধৰ নীতি নিয়মৰ মাজেৰে  পুনৰ ৰাজ্যত  সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ দিলে আবকাৰী বিভাগে। এই সন্দৰ্ভত ইতিমধ্যে আবকাৰী বিভাগে জাৰি কৰিছে  এক নিৰ্দেশনা। উল্লেখ্য যে  ৰাজ্যৰ গ্ৰীণ জ’নসমূহত থকা সুৰাৰ বিপণীসমূহে  কেৱল খোলাৰ নিৰ্দেশ । জিলা উপায়ুক্তই নিদিষ্ট কৰিব সুৰা বিপনীসমূহ খোলাৰ সময়| ৰেড আৰু অৰেঞ্জ জ’নসমূহ বন্ধ থাকিব সুৰাৰ বিপণী।
ADVERTISEMENT
Exit mobile version