কলিয়াবৰত দেওবাৰে উদ্ধাৰ হ’য় এটা প্ৰকাণ্ড মূগাফেঁটি | শিলঘাটৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাইলকলিয়াবৰৰ চিকনি বৰহোলাৰ পৰাল উদ্ধাৰ কৰে প্ৰকাণ্ড মূগাফেঁটিটো । উল্লেখযোগ্য যে, সাপটো উদ্ধাৰৰ পাছত কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। তলাবন্ধৰ মাজতে কলিয়াবৰৰ বিভিন্ন স্থানত সঘনে এনেদৰে বিষাক্ত সাপ ওলাই অহা পৰিলক্ষিত হৈছে ৷ সৰ্বত্ৰে নিমাওমাও পৰিবেশৰ মাজতে এনেদৰে সততে দেখিবলৈ নোপোৱা বিষাক্ত আৰু বিপন্নপ্ৰায় প্ৰাণীসমূহ জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰকৃতি প্ৰেমীসকলে ৷ ইফালে এই সময়ছোৱাতে এইজন যুৱকে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলৰ মাজত এৰি দিছে অৰ্ধশতাধিক বিভিন্ন প্ৰজাতিৰ সৰ্প ৷
কলিয়াবৰৰ চিকনি বৰহোলাত উদ্ধাৰ এটা প্ৰকাণ্ড মূগাফেঁটি
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026