শনিবাৰৰে পৰা জম্মু-কাশ্মীৰৰ কুপৱাড়াত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী বিৰুদ্ধে চলা অভিযানত ভাৰতীয় সেনাৰ এজন কৰ্নেল, এজন মেজৰ, দুই সেনা জোৱানৰ লগতে এগৰাকী আৰক্ষী বিষয়া সন্ধানহীন হয় |সংঘৰ্ষত ছহিদ হোৱাৰ আশংকা প্ৰকাশ আৰক্ষীৰ। আৰক্ষীৰ ভাষ্য অনুসৰি সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা খবৰ পাই কৰ্নেলৰ নেতৃত্বৰ সেনাৰ কে’বাজনো জোৱানে চলাইছিল অভিযান। এই অভিযানৰ পাছতে পাঁচজন সেনা বিষয়া-জোৱান সন্ধানহীন হৈ আছিল। পুৱা সাত জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হয় | ইয়াৰে দুজন সন্ত্ৰাসবাদী বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে |
জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদী সংঘৰ্ষত কৰ্নেল, মেজৰসহ পাঁচজন ছহিদ
-
By publisher

- Categories: India, News
- Tags: Fight against terrorismIndian ArmyJammu-Kashmir
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026
