তলাবন্ধৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত কৰ্ম-সংস্থাপনহীন ভাৱে আবদ্ধ হৈ থকা শ্ৰমিক সকলক কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিশেষ ৰে’লযোগে নিজ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও ৰেলৰ টিকট বিনামূলীয়া কৰা নাই। সেয়েহে, এই দুৰ্দশাগ্ৰস্ত শ্ৰমিক সকলৰ ৰেলৰ টিকটৰ মূল্য কংগ্রেছ দলে দিয়াৰ কথা ঘোষণা কৰিছে দলৰ সভানেত্রী ছোনিয়া গান্ধীয়ে । লগতে দেশৰ প্ৰতিখন প্ৰদেশ কংগ্ৰেছ কমিটিক সহায়ৰ হাত আগবঢ়োৱাৰ নিৰ্দেশ দিছে। অন্যহাতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সভানেত্রী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি সকলোকে সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।
তলাবন্ধৰ ফলত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা শ্রমিকসকলক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছৰ
-
By publisher

- Categories: City, COVID-19, News, Uncategorized
- Tags: Corona VirusCovid-19INDIA CORONA VIRUSlock downSonia GandhiTarun Gogoiworld corona virus
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026