◆ অসমত পুনৰ ক’ভিড-১৯ ত আক্ৰান্ত গোৱালপাৰাৰ এজন লোক ।
◆ অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৪৩ জন।
◆ এই পর্যন্ত অসমত ক’ভিড-১৯ ত আক্ৰান্তৰ ভিতৰত সুস্থ হৈ উঠিছে ৩২ জন, চিকিৎসাধীন হৈ আছে ১০ জন আৰু মৃত্যু হৈছে ১ জনৰ।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
