Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gamblers arrested in Barpeta Road:বৰপেটা জিলাত T-20 বিশ্বকাপক লৈ অনলাইন জুৱা !

    APCC:বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰা সকল ওলাই যাওক বুলি ৰাহুল গান্ধীৰ হুংকাৰ

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

বঙাইগাঁৱত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকক স্বেচ্ছাই যোগাযোগৰ আহ্বান প্ৰশাসনৰ

publisher by publisher
May 6, 2020
in Uncategorized
Reading Time: 1 min read
0
ঠগিলে চীনে : বিশ্বৰ বিভিন্ন দেশৰ চীনৰ বিৰুদ্ধে নিম্নমানৰ ‘টেষ্টিং কিট’ প্ৰেৰণৰ অভিযোগ 
0
SHARES
4
VIEWS
ShareShareShareShare

গ্ৰীণ জ’নৰ পৰা মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত পাঁচজনকৈ লোক ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অৰেঞ্জ জ’নলৈ পৰিৱৰ্তন হোৱা বঙাইগাঁৱৰ বাবে অধিক উদ্বেগজনক হৈ পৰিছে চাৰিজনকৈ আক্ৰান্তৰ সংক্ৰমণৰ উৎস নিৰ্ণয় নোহোৱাটো ৷ একমাত্ৰ প্ৰথমগৰাকী আক্ৰান্ত কিশোৰী আফিয়া তবাচুমৰ সংক্ৰমণৰ উৎসৰ বিষয়েহে ধাৰণা কৰা হৈছে । তাৰ বিপৰীতে যোৱা ৩০ এপ্ৰিলত দুগৰাকী মহিলাসহ যি চাৰিজনৰ আক্ৰান্তৰ তথ্য পোহৰলৈ আহে তেওঁলোক সংক্ৰমণৰ উৎসই ধাৰণা কৰিব পৰা পৰ্যায়লৈ অহা নাই । ইয়াৰ ফলত সমগ্ৰ বঙাইগাঁৱত আতংকৰ সৃষ্টি হৈছে। ইয়াৰ পিছত সংক্ৰমিত হোৱা লোককেইজনৰ সংস্পৰ্শলৈ অহা লোকসকলক স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনাই জিলা প্ৰশাসনে ।

ADVERTISEMENT

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Bongaigaon:বঙাইগাঁৱত প্ৰধান শিক্ষক সহ সাত শিক্ষক-কর্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী

আফিয়া তবাচুমৰ ক্ষেত্ৰত প্ৰশাসনে সদৰী কৰা অনুসৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকল ১৯ মাৰ্চত ধুবুৰীৰ চাপৰৰ বাসিন্দা ককাদেউতাক জামাল উদ্দিনৰ ঘৰলৈ গৈছিল ৷ সেই দিনাই জামাল উদ্দিন নিজামুদ্দিনৰ জামাতত অংশ লৈ উভতিছিল । সাত এপ্ৰিলত জামাল উদ্দিন ক’ভিড-১৯ ত আক্ৰান্ত হোৱা আফিয়াহঁতৰ পৰিয়ালটোকো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু ইয়াৰ পিছত ফলাফল নিগেটিভ আহে । ২৩ এপ্ৰিলত দ্বিতীয় পৰীক্ষাটোতো ফলাফল নিগেটিভ আহে । ২৮ এপ্ৰিলৰ তৃতীয়বাৰৰ পৰীক্ষাত আফিয়াৰ পজিটিভ আহে যদিও পৰিয়ালৰ আন সদস্যসকলৰ ফলাফল নিগেটিভ আহে । ২৮ এপ্ৰিলৰ তৃতীয় পৰীক্ষাত আফিয়াৰ পজিটিভ আহে যদিও পৰিয়ালৰ আন সদস্যসকলৰ ফলাফল নিগেটিভ আহে । আনহাতে বঙাইগাঁৱত সম্প্ৰতি কৰ’ণাতংকৰ মাজতে জিলা প্ৰশাসনে আক্ৰান্ত আটাইকেইজন লোকৰ সংস্পৰ্শলৈ অহা সকলো লোককে ৭০৮৬৭৯৩৫০৭ অথবা ০৩৬৬৪২৩১১৭১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS COVID-19BongaigaonCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ
Uncategorized

March 12, 2026
Samaguri:নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা

Dr.Farooq Abdullah Attack in Jammu:জম্মু- কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d