Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না তলাবন্ধ আৰু জ্যেষ্ঠ নাগৰিক:ড° গোবিন্দ প্ৰসাদ শর্মা

publisher by publisher
May 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ : ড° গোবিন্দ প্ৰসাদ শর্মা
2
SHARES
15
VIEWS
ShareShareShareShare

ভাৰতত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ ক্ষেত্ৰত চৰকাৰী ভাৱে ঘোষিত যি নিয়মাৱলী, তাৰে এটা দফাৰ সন্দৰ্ভত আপত্তি দৰ্শাব খুজিছো। গ্ৰীণ জ’ন বোৰত সকলো খোলা, কিন্তু এনে গ্ৰীণ জনতো ৬৫ বছৰৰ ওপৰৰ মানুহ কোনো কাৰণত বাহিৰ ওলাব নোৱাৰিব। বয়সত মই নিজে এতিয়া ৮০ বছৰ অতিক্ৰম কৰিছো। মই অনুভৱ কৰো শাৰিৰীক ভাৱে আৰু মানসিকভাৱে মই সকলো কথাতে সুস্থ আৰু সক্ষম। তথাপি মই কিয় কোনো কথাতে বাহিৰ ওলাব নোৱাৰো?

ADVERTISEMENT

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

এৰাব নোৱাৰা কাৰণতো বাহিৰলৈ যোৱাৰ মোৰ কিয় স্বাধীনতা নাই? অৱশ্যে বাহিৰলৈ ওলাবৰ বাবে যিবোৰ চৰকাৰী নীতি-নিয়ম, তাক মই আখৰে আখৰে পালন কৰিব লাগিব। সেইবোৰ মই সদায় মানো আৰু মানিব লাগিব। কিয় ৬৫ বছৰৰ ওপৰ লোক বুলি আমাক চৰকাৰে হীন-ডেঢ়ি কৰিলে ? সহজ কথাত ই আমাৰ মংগলৰ কাৰণেই বুলিও জানো। কিন্তু ই অৱধাৰিত সত্যওতো নহয় যে ৬৫ বছৰৰ ওপৰ লোকসকলহে এই ৰোগত আক্ৰান্ত হয়, তাৰ তলৰবোৰ নহয়।

এই নিৰ্দেশনাৰ দ্বাৰা চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক অৱমাননা কৰিছে। তেওঁলোকৰ যেন নিজৰে ভাল-বেয়াৰ প্ৰতিও কোনো সজাগতা নাই। গতিকে চৰকাৰী নীতি-নিয়মৰ মাজেদিহে এই সময়ত তেঁওলোকক আবদ্ধ কৰি তেঁওলোকক আৰু দেশক ৰক্ষা কৰিব লাগিব। অথচ জ্যেষ্ঠ নাগৰিকসকলক জ্ঞানী লোক বুলিহে মনা হয়। সমাজতো আৰু চৰকাৰৰ দৃষ্টিতো। এটা সময় আছিল, যেতিয়া ৬০ বছৰৰ ওপৰৰ লোকসকল বুঢ়া মানুহ বুলি অকৰা, অকামিলা, অক্ষম বুলি ভবা হৈছিল।

তেওঁলোকৰ পৰা কোনো কাম তেওঁলোকৰ ঘৰেও আৰু সমাজেও আশা কৰা নাছিল। সেই যুগৰটো এতিয়া অন্ত পৰিছে। সমাজতো এনে ধাৰণাৰ অন্ত পেলাবলৈ গোটেই বিশ্বতে বয়সস্থ মানুহক বুঢ়া-বুঢ়ী বোলাৰ পৰিৱৰ্তে জ্যেষ্ঠ নাগৰিক বুলিবলৈ লোৱা হৈছে। ইয়াৰ পিছপিনেওটো বিভিন্ন দেশৰ চৰকাৰবোৰেই আছে। কাৰণ চৰকাৰবোৰেও এতিয়া জানে যে জ্যেষ্ঠ নাগৰিকসকলৰ পৰাও সমাজে আৰু দেশে পাব পৰা সেৱা বহুত আছে। অথচ চৰকাৰে নিৰ্দেশনা জাৰি কৰিলে যে কোনো কাৰণতে তেওঁলোক এতিয়া বাহিৰ ওলাব নোৱাৰিব।

কিন্তু সকলো জ্যেষ্ঠ নাগৰিকে পৰিয়ালত তেওঁলোকক সহায়ৰ বাবে বাহিৰলৈ যাবলৈ ৬৫ বছৰৰ তলৰ উপযুক্ত লোক আছেনে? সকলো কামতো সকলোকে পাচিবও নোৱাৰি। নিৰূপায় হৈ ওলাব লাগিলে এই জেষ্ঠ নাগৰিকসকলৰ কি অৱস্থা হ’ব? পুলিচৰ লাঠিৰ কোব অথবা শাৰীৰিক শাস্তি ৰাজপথতেই ! কাৰণ এয়া তেওঁলোকে চৰকাৰী নিৰ্দেশনা ভংগ কৰিছে। তাৰ সলনি যদি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এখন উপদেশ নামা জাৰি কৰিলেহেঁতেন আৰু পুলিচে তেওঁলোকক বাটত দেখিলে কি জৰুৰী কামত ওলাইছে তাৰ বিচাৰ কৰাৰ নিৰ্দেশনা পুলিচক দিলেহেঁতেন, তেতিয়াহ’লে জ্যেষ্ঠ নাগৰিকৰ উপকাৰ সাধন কৰা হ’লহেতেন।

ইতিমধ্যে ‘দৈনিক অগ্ৰদূত’ কাকতত পঢ়িবলৈ পালো যে চৰকাৰৰ প্ৰশাসনৰ ব্যুৰ’ক্ৰেটসকলক নীতি-নিৰ্দেশনাৰ মাত্ৰা ইমান চৰিছে যে সেইবোৰৰ মকৰাজালত সাধাৰণ মানুহৰ দিকবিদিক জ্ঞান হেৰাইছে। নীতি-নিৰ্দেশনাৰ মাত্ৰা যাতে ইমান নাবাঢ়ে আৰু সহজ সৰল হয়, তালৈকেও যেন আমাৰ চৰকাৰে চায়। বৰ্তমানৰ নিৰ্দেশনাৰ জ্যেষ্ঠ নাগৰিক হ’লে তেঁওলোকক বাহিৰলৈ ওলাব নোৱাৰা দফাটোও তেনে এক জটিলতাৰো এটা উদাহৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona VirusCovid-19INDIA CORONA VIRUSlock downWorld covid 19
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d