ৰাজ্য অৰ্থনীতি পুনজ্জীৱিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

sarbada

ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা লক্ষ্যৰে মুখ্যমন্ত্ৰী বাসগৃহত বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক
সম্পন্ন হয়৷

১) সুভাশ দাসৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ত গঠন কৰা সমিতিয়ে উন্নয়নৰ সকলো দিশত যি ৰিপট আৰু পৰামৰ্শ দিব তাৰ ভিত্তিত ৰাজ্য চৰকাৰে গুৰুত্ব দিব ৷

২) এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু অনিয়মৰ প্ৰতি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷

৩) কোনো বিভাগতে দুৰ্নীতি যাতে সংঘটিত হব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পঞ্চায়ত সভাপতি আৰু সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰী ৷

Exit mobile version