তলাবন্ধৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰি বন শিবিৰৰ সমীপত বিলত শনিবাৰে বিয়লি উদ্ধাৰ হয় এটা মতা গড়ৰ খৰ্গবিহীন মৃতদেহ । চোৰাং চিকাৰীয়ে হত্যা কৰি খৰ্গ কাটি নিয়াৰ সন্দেহ বনবিভাগৰ | গড়টোৰ কে’বাদিনৰ পূৰ্বে হত্যা কৰা বুলি বনবিভাগৰ সূত্রত প্ৰকাশ ।
তলাবন্ধৰ মাজতে কাজিৰঙাত খৰ্গবিহীন গড়ৰ মৃতদেহ উদ্ধাৰ
-
By publisher

- Categories: News
- Tags: AssamKaziranga National ParkLockdown
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026