প্ৰতিখন জিলাৰ উপায়ুক্তৰ স’তে স্বাস্থ্যমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তালাপ

WhatsApp Image 2020 05 10 at 4.29.46 PM

ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ স’তে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ভিডিঅ’ বাৰ্তালাপৰ জৰিয়তে জিলাসমূহৰ সামগ্ৰীক পৰিস্থিতি পৰ্যালোচনা কৰে | এই বৈঠকৰ সংক্ৰান্তত মন্ত্ৰীজনে কয় যে সকলো জিলাৰ উপায়ুক্তসকলৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে বাৰ্তালাপ কৰি ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ অৰ্থে সম্প্ৰতি ৰাজ্যত জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা, তেজৰ নমুনা সংগ্ৰহৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰ পুণৰীক্ষণ কৰিলোঁ ৷ ৰাজ্যখনত ক’ভিড-১৯ৰ অধিক সংক্ৰমণ ৰোধ কৰিবলৈ হলে আমি আমাৰ পদক্ষেপসমূহ অধিক ক্ষীপ্ৰ কৰিব লাগিব ৷

Exit mobile version