মহানগৰীত পুনৰ ১৫ জন কৰ’নাত আক্ৰান্ত

 

ৰাজ্যত প্ৰতি মুহূত্বত সলনি হৈছে কৰ’না সংক্ৰমণৰ দৃশ্যপট |

■ ক’ভিড-১৯ ভাইৰাছত
মহানগৰীত বুধবাৰে পুনৰ ১৫ জন লোক আক্ৰান্ত হোৱা কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই |
■ ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৭৯ জন যদিও ইয়াৰে ৩৯জন ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে ৩৭ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

Exit mobile version