Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কভিদ -১৯ ৰ বাবে স্তব্ধ মাজুলীৰ পৰ্যটন ক্ষেত্ৰ

publisher by publisher
May 14, 2020
in COVID-19, News
Reading Time: 1 min read
0
কভিদ -১৯ ৰ বাবে স্তব্ধ মাজুলীৰ পৰ্যটন ক্ষেত্ৰ
23
SHARES
234
VIEWS
ShareShareShareShare

সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী  অসমৰ পৰ্যটন  উদ্যোগৰ  এক  গুৰুত্বপূৰ্ণ  অংগ ৷  কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বক  আতংকিত কৰাৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে মাজুলীৰ পৰ্যটন উদ্যোগ ৷ মাজুলীৰ শিল্পীসকলৰ লগতে হোটেল,ৰেষ্টোৰা,পৰ্যটক গাইডৰ পৰা আৰম্ভ কৰি গাড়ীৰ মালিক আৰু গাড়ী চালকলৈকে প্ৰায় দুই হাজাৰৰো অধিক  শিক্ষিত  যুৱক-যুৱতী আজি  কৰ্ম সংস্থাপনহীন হৈ পৰিছে ৷

ADVERTISEMENT

যাক লৈ এতিয়া  চিন্তিত এই  ক্ষেত্ৰখনৰ লগত জড়িত পৰিয়াল সমূহ ৷ ইফালে মাজুলীৰ সাংস্কৃতিক ক্ষেত্ৰখন বৰ্তমান স্তব্ধ হৈ পৰাত পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে  সংগীত, নৃত্য-বাদ্যৰ শিক্ষক সকল । মাজুলীৰ অৰ্ধশতাধিক সংগীত বিদ্যালয়ত শিক্ষকতা কৰা ডেৰশতাধিক শিক্ষকৰ উপৰিও অসমৰ বিভিন্ন সংগীত বিদ্যালয়ত কৰ্মৰত বিভিন্ন বিষয়ৰ শিক্ষক আজি ডেৰমাহে ঘৰতে বহি থাকিব লগীয়া হোৱাত গভীৰ অৰ্থ সংকটত পৰিছে।

RelatedPosts

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

চৰকাৰী ভাবে এই সকলৰ বাবে কোনো অনুকম্পা প্ৰদৰ্শন কৰা দেখা নাই । অসম শংকৰী সংগীত সচিব মৃদুল বৰাই জনোৱা মতে বিদ্যাপীঠৰ তৰফৰ পৰা এই সন্দৰ্ভত ব্যবস্থা ল’বলৈ আবেদন জনাইছিল যদিও এতিয়া লৈকে সহাৰি পোৱা নাই। উল্লেখ্য যে জিলাখনৰ  পৰ্যটন ক্ষেত্ৰখনৰ লগত  সক্ৰিয় ভাৱে জড়িত হৈ আছে সত্ৰীয়া সংস্কৃতিৰ অন্যতম অংগ  মুখা শিল্প ৷

মাজুলীলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকক আৰ্কষণ কৰা বিশেষ  স্থান হ’ল  ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীনতুন চামগুৰি সত্ৰ ৷ অসমৰ লগতে পৃথিবীৰ  বিভিন্ন স্থানৰ পৰা আহি মুখা নিৰ্মাণৰ শিক্ষা লোৱা  চামগুৰি সত্ৰত এতিয়া নিমাওমাও পৰিৱেশ ৷ বিভিন্ন আকৃতিৰ বৰমুখা,  মুখমুখা, লুতুকৰি  মুখাৰে ভৰি  থকা সত্ৰখনত এতিয়া নাই পৰ্যটকৰ ভিৰ ৷

প্ৰতিদিনে পুৱাৰ পৰা নিশা পৰ্যন্ত শতাধিক দেশী,  বিদেশী পৰ্যটকে ভিৰ কৰাৰ উপৰিও বিদেশলৈ ৰপ্তানি হোৱা  মুখাশিল্পৰ বজাৰ খন এতিয়া ক’ভিদ-১৯ ৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে  ৷ গুৰুজনাৰ সৃষ্ট মুখা শিল্পক   দেশ, বিদেশত পৰিচয় কৰাই দিয়া সংগীত নাটক অকাডেমী বঁটা প্ৰাপক  অসমৰ বিশিষ্ট  মুখা শিল্পী ড০ হেমচন্দ্ৰ গোস্বামীয়ে  ক’ভিদ-১৯  প্ৰতিহত কৰাৰ স্বাৰ্থত দেশত চলি থকা তলাবন্ধৰ ফলত গুৰুজনাৰ অমৰ সৃষ্টি মুখা শিল্পৰ ক্ষেত্ৰ খনত পৰা প্ৰভাৱ সম্পৰ্কত জনায় যে, তলাবন্ধ হোৱাৰ পূৰ্বেই ইটালি, ফ্ৰাঞ্চ, আমেৰিকাৰ লগতে পুনে, গুৱাহাটী, ডিব্ৰুগড় আদি বিভিন্ন দেশ আৰু ৰাজ্য লৈ পঠাব লগা আছিল বহুটো মুখা কিন্তু এতিয়া আৰু সেয়া সম্ভৱ নহয় ৷

আনহাতেদি শিল্পী জনে অতি দুখেৰে জনাই যে এই মুখা শিল্পক জীৱিকা হিচাপে লৈ সত্ৰ খনত অৰ্দ্ধশতাধিক নিবনুৱা যুৱকে মুখা নিৰ্মাণ কৰি পেটৰ ভাত মোকোলাই আছিল কিন্তু  এতিয়া তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা অতি দুখজনক হৈ পৰিছে  ৷

গুৰু জনাৰ এই মুখা শিল্পকেই জীৱিকা হিচাপে লৈ দীৰ্ঘ দিনৰ পৰা পৰিয়াল পোহপাল দিয়া এই যুৱক সকলক চৰকাৰ খনে  কিছু  আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে  পৰিয়াল কেইটা বহু পৰিমাণে উপকৃত হব বুলি তেওঁ জানিবলৈ দিয়ে ৷ বৰ্তমান তলাবন্ধৰ সময়চোৱাত তেওঁ কৰট, হাটুৰি-বটালিৰে কাঠ কাটি ভাস্কৰ্য নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷ তেওঁৰ হাতৰ পৰশত সৃষ্টি হৈছে নতুন নতুন ভাস্কৰ্য আৰু বহুতো অৰ্দ্ধনিৰ্মিত অৱস্থাত আছে । শিল্পী জনৰ লগতে পুত্ৰ দিব্যজ্যোতি গোস্বামী, ভতিজাক খগেন গোস্বামী  এতিয়া কাঠৰ ভাস্কৰ্য নিৰ্মাণেৰে চমকপ্ৰদ শিল্পৰ সৃষ্টি কৰিছে ৷

একেদৰে সত্ৰখনৰ মূখাশিল্পৰ বাবে সংগীত নাটক অকাডেমিৰ বঁটা লাভ কৰা সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰয়াত কুশকান্ত গোস্বামী পৰিয়ালৰ  পৰিয়ালৰ  প্ৰদীপ গোস্বামী, প্ৰসন্ন গোস্বামী আৰু ধীৰেন গোস্বামীও তলাবন্ধৰ সময়ছোৱাত নৱতম সৃষ্টিৰ আখৰাত ব্যস্ত হৈ পৰিছে যদিও অভাৱ অনাটনৰ বাবে শিল্পী সকল হতাশ হৈ পৰিছে ।

মুখাশিল্পৰ জড়িত  মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে গ্ৰাম্যাঞ্চলতো দুই শতাধিক মুখাশিল্পী, কুটীৰ শিল্পৰ লগত জড়িত শিল্পী, স্থাপত্য, ভাস্কৰ্য আদিৰ অবস্থাও তথৈবচ। উজনি মাজুলীৰ বলোৰাম শইকীয়া, গড়মুৰৰ গোলাপবৰা, মৃদুল বৰুৱা, ওপৰকাটনিৰ কৃষ্ণ বৰুৱা, মদন বৰা, বৰ্ষীয়ান মুখা শিল্পী বংশী দত্ত, শ্ৰীমন্ত পায়েং, ত্ৰিনয়ন নেওগ, শৰ্মাৰেগন আদি শিল্পীয়ে গভীৰ অৰ্থ সংকটৰ মাজতো ন ন সৃষ্টিৰ বাবে সাধনা অব্যাহত ৰখাৰ বিষয়ত চৰকাৰে গুৰুত্ব দিয়াটো উচিত বুলি সচেতন লোকে মন্তব্য কৰে ।

আগন্তুক প্ৰায় দুই-তিনি বছৰৰ বাবে স্তব্ধ হোৱাৰ সম্ভাৱনা থকা পৰ্যটন ক্ষেত্ৰ খনৰ লগত জড়িত মাজুলীৰ এই শিল্পী সকলক কেনেদৰে সহায় কৰিব সেয়া অসমৰ সাংস্কৃতিক জগতৰ বাবে এতিয়া এটা ডাঙৰ প্ৰশ্নবোধক !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam TourismCorona VirusCovid-19MAJULI
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d