আমেৰিকাই ভাৰতক দিব ভেণ্টিলেটৰ

images 4

আমেৰিকাই ভাৰতক দিব ভেণ্টিলেটৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটাৰযোগে এই কথা অৱগত কৰিছে। ‘আমি ভাৰত আৰু নৰেন্দ্ৰ মোদীৰ #narendramodi স’তে আছো’  এইদৰে কয় ট্ৰাম্পে।

 

Exit mobile version