Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাৰ্বিপাহাৰৰ নিৰ্জনতাৰ পৰা কলিয়াবৰৰ সেউজীয়াৰ মাজলৈ নামিছে এজাক লাজুকী

publisher by publisher
May 15, 2020
in News
Reading Time: 1 min read
0
কাৰ্বিপাহাৰৰ নিৰ্জনতাৰ পৰা কলিয়াবৰৰ সেউজীয়াৰ মাজলৈ নামিছে এজাক লাজুকী
4
SHARES
43
VIEWS
ShareShareShareShare

গৃহবন্দী মানুহক যেন বিশ্বাসত লৈ সন্তপৰ্ণে কাষ চাপি আহিছে বন্যকূল ৷ সেউজাবৃত্ত নিৰ্জন কাৰ্বিপাহাৰৰ ওখ চূড়াৰ পৰা যেন এইবাৰ কলিয়াবৰৰ সেউজ জন অৰণ্যলৈ নিৰৱে নামি আহিছে বিৰল তথা বিলুপ্ত প্ৰজাতিৰ এজাক লাজুকী বান্দৰ ৷ চিকনি চাহ বাগিছাৰ পৰা শাকমুঠীয়া, শালনা, জীয়াজুৰি, লুংচুং, ননৈকে আদি কৰি কাৰ্বিপাহাৰৰ নামনি তথা পাহাৰাঞ্চল ব্যাপি থকা বহুকেইখন বৃহৎ বৃহৎ চাহ বাগিচাৰ লগতে সৰু-বৰ বহু বাগিচা আৰু ইয়াৰ লগতে লাগি থকা জন অৰণ্যত এতিয়া এইজাক বিৰল প্ৰজাতিৰ লাজুকী বান্দৰৰ অবাধ বিচৰণ ৷ মানুহ গৃহবন্দী হোৱাৰ সময়তে এয়া যেন মুক্ত বিচৰণ এজাক বন্যপ্ৰাণীৰ ৷

ADVERTISEMENT

উল্লেখ্য যে, কলিয়াবৰৰ জন অৰণ্যত এতিয়া নিৰ্বিঘ্নে বিচৰণ কৰিছে নানাৰঙী পক্ষীৰ লগতে ভিন্ন প্ৰজাতিৰ বন্যকূলে ৷ কলিয়াবৰৰ অন্তৰ্গত কাৰ্বি পাহাৰ সীমান্ত অঞ্চলত এতিয়া সহজতেই পৰিলক্ষিত হৈছে নিৰলে উমলি থকা লাজুকী বান্দৰ ৷ সাধাৰণতে জন সমাগম আৰু বিশেষকৈ মানুহৰ পৰা দূৰত্ব বজাই ওখ গছৰ জোপোহা বা চিৰসেউজীয়া অৰণ্যত নিৰলে উমলি থকা এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীবিধৰ ‘বেংগল লাজুকী বান্দৰ’ প্ৰজাতিটো পৰিলক্ষিত হৈছে এই পাহাৰ সীমান্ত অঞ্চল সমূহত ৷ ‘ইণ্টাৰনেছনেল ইউনিয়ন ফৰ্ কনজাৰভেশ্বন্ অৱ নেশ্বাৰ’ৰ দ্বাৰা ইতিমধ্যেই ‘ৰঙা তালিকাভুক্ত’ হৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা এই বেংগল লাজুকী বান্দৰ প্ৰজাতিটোৱে সঘনাই কাৰ্বিপাহাৰ সীমান্তৰ লগতে নামবৰ হাবি পৰ্যন্ত সময়ে সময়ে দেখা দি আহিছে  ৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

অধিক সময়ত মানুহৰ জিঘাংসাৰ বলি হৈয়ে বিলুপ্তিৰ দিশলৈ গতি কৰিছে সৰ্বদেহ কোমল বগা-মুগা বৰণীয়া নোমেৰে আবৃত গোলমূৰীয়া, চেপেটা মুখৰ ডাঙৰ ডাঙৰ উজ্জ্বল চকু আৰু সৰু কাণৰ মৰমলগা প্ৰাণীবিধে ৷ অন্ধবিশ্বাসৰ বলি হৈয়ে থলুৱা কবিৰাজৰ ঔষধৰ নামতে বিভিন্ন সময়ত সংগোপনে মানুহৰ জিঘাংসাৰ বলি হৈছে বিশ বছৰ পৰ্যন্ত জীয়াই থকা এইবিধ প্ৰাণীয়ে ৷ চিৰসেউজ বৰ্ষাৰণ্যত বাস কৰা এটা প্ৰাপ্তবয়স্ক লাজুকী একৰ পৰা দুই-আঢ়ৈ কিলোগ্ৰাম ওজনৰ হোৱাৰ লগতে মূৰৰ পৰা নেজলৈ ২৬ৰ পৰা ৩৮ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয় ৷ উত্তৰ-পূবৰ লগতে অসমৰ সেউজ কাৰ্বিপাহাৰৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ভিয়েটনাম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, চীনৰ য়ুনান, মালয়েছিয়া, লাউচ, কম্বোডিয়া, ওচেনিয়া, ছিংগাৰপুৰ আদি দেশত বিভিন্ন প্ৰজাতিৰ লাজুকী দেখা পোৱা যায় ৷ ইয়াৰ ভিতৰত আমাৰ ইয়াত সততে দেখা পোৱা কাৰ্বিপাহাৰৰ বেংগল প্ৰজাতিৰ লাজুকী বান্দৰৰ লগতে আন আন দেশত সুন্দা লাজুকী, যৱন লাজুকী, পিগ্মী লাজুকী, ফিলিপাইনছ লাজুকী, বেংকক লাজুকী, বাৰ্ণিয়ান লাজুকী, কায়ান নৈপৰীয়া লাজুকী আদি প্ৰজাতি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা যায় ৷

সাধাৰণতে ফলমূল, গছৰ গুটি, কোঁহপাত আদি খাই জীৱন নিৰ্বাহ কৰে এই লাজুকী বান্দৰে ৷ সাধাৰণতে নিশাচৰ এই লাজুকীয়ে আন আন বান্দৰৰ দৰে জাক পাতি নাথাকি অকলশৰীয়াকৈ থকা দেখা যায় ৷ কাৰ্বিপাহাৰৰ লগতে কলিয়াবৰৰ প্ৰায়কেইখন বনাঞ্চলৰ নামনিৰ জনাঞ্চলত সময়ে সময়ে উদ্ধাৰ হৈ আহিছে এই বিৰল প্ৰজাতিৰ লাজুকী ৷ মানুহৰ সংস্পৰ্শলৈ কমকৈ অহাৰ বাবেই ইয়াৰ নাম লাজুকী যদিও ইংৰাজী নাম ‘শ্ল’ লৰিছ’ ৷ শেহতীয়াকৈ কলিয়াবৰৰ শিলঘাট ৰবৰবাৰী, শাকমুঠীয়া চাহ বাগিচাৰ লগতে এদিন পূৰ্বে কাৰ্বিআংলং সীমান্তৱৰ্তী জিয়াজুৰি চাহ বাগিছাৰ জনঅৰণ্যতো উদ্ধাৰ হৈছে লাজুকী বান্দৰ৷ ইয়াৰোপৰি এই সীমান্ত অঞ্চলৰ বিভিন্ন স্থানৰ ওখ গছৰ জোপোহাত পৰিলক্ষিত হৈছে এই লাজুকী ৷ সকলোতে তলাবন্ধৰ প্ৰভাৱ বা প্ৰকৃতিৰে সহাৱস্থানৰ ন-ন পথৰ সন্ধান যিয়েই নহওক, এনেদৰেই জীয়াই থাকক লাজুকীজাক ৷ আমি মানুহেও চাই ৰওঁ ইহঁতৰ লাজুক চাৱনিৰ আঁৰৰ সেউজীয়া পৃথিৱীখন৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKaliaborLockdown
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d