Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এই সংকটৰ সময়ত গ্ৰাম্য অৰ্থনীতিত মৌ পালনে কৰিব পাৰে আশাৰ সঞ্চাৰ 

publisher by publisher
May 17, 2020
in Assam, News
Reading Time: 1 min read
0
এই সংকটৰ সময়ত গ্ৰাম্য অৰ্থনীতিত মৌ পালনে কৰিব পাৰে আশাৰ সঞ্চাৰ 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

ক’ৰনা মহামাৰীৰ আতংকই এতিয়া স্তব্ধ কৰি তুলিছে সকলো ৷ গৃহবন্দী হৈ পৰিছে প্ৰতিজন মানুহ ৷ কৰ্ম সংস্থাপনৰ শংকাত ভুগিছে নৱ প্ৰজন্ম ৷ কৰ’নাৰ বাবেই বহিঃৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত বহুজন উপস্থিত হৈছেহি নিজ গৃহত ৷ মুঠতে এক কঠিন সময় তথা ভৱিষ্যতৰ শংকাত শংকিত হৈছে বহুজন ৷ ইয়াৰ মাজতে থলুৱা প্ৰতিজন কৰ্মমূখী লোকৰ বাবে আশাৰ পথ দেখুৱাইছে কলিয়াবৰৰ এজন লোকে ৷ নাম তেওঁৰ দাৰা চৌহান ৷ মৌ পালনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা কলিয়াবৰৰ জখলাবন্ধাৰ নিবাসী  উদীয়মান যুৱক  দাৰা চৌহান আজি আদৰ্শ হৈ পৰিছে সকলোৰে বাবে । তেওঁঁৰ হাতেৰে লালিত পালিত হৈছে থলুৱা মৌমাখি, বৰমৌৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ অতি লাভজনক ইণ্ডিক চেৰেণা, মেলিফাৰা আদি প্ৰজাতিৰ মৌমাখি ৷ যথেষ্ঠ ঘাত-প্ৰতিঘাতৰ মাজেদি আহি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দাৰা চৌহান এতিয়া এজন ৰাজ্য তথা দেশৰে প্ৰতিষ্ঠিত মৌ পালক। ১৯৯০ চনতে অতি কম মূলধনেৰে মৌপালনৰ কাম আৰম্ভ কৰি বৰ্তমান তেওঁ প্ৰায় এশৰো অধিক মৌৰ বাকচত মৌ পালন কৰিবলৈ সক্ষম হৈছে ।
যুৱ চামৰ মাজত মৌ পালনৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে অহৰ্নিশে চেষ্টা কৰি অহা দাৰা চৌহানে সাধাৰণতে  বৰ মৌ (গৰু চকুৱা), ইণ্ডিক (চেৰেণা), মাখি মৌ,পশ্চিমীয়া (মেলিফাৰা), কুণ-কুণি মৌকে  ধৰি বিভিন্ন প্ৰজাতিৰ মৌ পোৱা যায় যদিও পশ্চিমীয়া (মেলিফাৰা), মৌ ব্যৱসায়ীক ভিত্তিত অতি লাভজনক বুলি ক’ব খোজে । এজন খেতিয়কৰ যদি এশ বাকচ  পশ্চিমীয়া মৌ থাকে তেনেহ’লে মাহে প্ৰায় দুই কুইন্টল মৌ উৎপাদন কৰিবলৈ সক্ষম হ’ব । ইয়াৰ বজাৰ মূল্য হ’ব আশী হাজাৰ টকা । মৌপালনত এটা উল্লেখনীয় দিশ হ’ল সৰিয়হ, তিল আদি বিভন্ন খেতিৰ উৎপাদন বৃদ্ধি কৰাত মৌৱে যথেষ্ট সহায় কৰে ।  এনেধৰণে দুতৰপীয়াকৈ খেতি কৰি খেতিয়ক জন এফালে মৌৰ পৰা মৌ জোল লাভ কৰিলে আৰু আনফালে শষ্যডৰাৰ উৎপাদন বৃদ্ধিত মৌৱে সহায় কৰিলে । মৌ পালনেৰে মৌজোল আহৰণ কৰাৰ উপৰিও  ইয়াৰ পৰা কেইবাবিধো মূল্যবান উপাদান সংগ্ৰহ কৰি ব্যৱসায়ীক ভিত্তিত ইয়াৰপৰা লাভান্বিত হ’ব পাৰি ।
বিশেষকৈ মৌৰ কুইন চেলৰ পৰা এবিধ মূল্যবান দ্ৰব্য মধু অবলেশ  (ৰয়েল জেলি) আহৰণ কৰিব পাৰি আৰু এই দ্ৰব্য বিধ হাৰ্বল মেডিচাইনৰ উপাদন হিচাপে ব্যৱহাৰ কৰে । এই উপাদান বিধৰ প্ৰতি কেজিত বজাৰ মূল্য দহ হাজাৰ টকা । কেন্সাৰ ৰোগীয়ে ঔষধ হিচাবে ব্যৱহাৰ কৰে মৌৰ ঠেঙত কঢ়িয়াই অনা ৰেণু (পলেন)। এই ৰেণু বৈদ্যুতিক কম্পনৰ দ্বাৰা সংগ্ৰহ কৰা হয় আৰু ইয়াৰ বজাৰ মূল্য প্ৰতি কেজিত তিনিশ টকা । বিষ তথা পেৰেলাইচিচ ৰোগীয়ে মৌক থেৰাপি হিচাপে  ব্যৱহাৰ কৰি ৰোগৰ উপসম কৰিব পাৰে ।  আনহাতে মৌৰ চাকৰ পৰা মম প্ৰস্তুত কৰি ইয়াৰ পৰা আৰ্থিক ভাৱে উপকৃত হ’ব পাৰে। এনেধৰণৰ এক বিশাল বজাৰৰ সম্ভাৱনা থকা এই খেতি কৰিবৰ বাবে যুৱচামৰ মাজত  যেনে ধৰণৰ আগ্ৰহ দেখা পাব লাগিছিল সেয়া তেওঁলোকৰ মাজত দেখা পোৱা নাই বুলি দাৰা চৌহানে আক্ষেপ প্ৰকাশ কৰে।
CYMERA 20200517 162848
আনহাতে ঔষধি গুণেৰে সমৃদ্ধ মৌ জোল দৈনিক ব্যৱহাৰ কৰি শৰীৰৰ বিভিন্ন ৰোগক প্ৰতিহত কৰাৰ লগতে কৰ’না ভাইৰাছৰ দৰে ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব পাৰে বুলি চৌহানে মতপোষণ কৰে। বতৰ্মান  লীলা দত্ত, অৰুণ মিত্ৰকে  ধৰি কেইবাগৰাকী বিশিষ্ট মৌ পালকৰ সহযোগত তেওঁ  আগ্ৰহী যুৱকসকলক  বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ লগতে মৌ পালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি মৌপালন ক্ষেত্ৰ খন আগুৱাই নিয়াত প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, কৃষিভিত্তিক উদ্যোগৰ ভিতৰত মৌ-পালন উদ্যোগে গ্ৰাম্য অৰ্থনীতিত গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ  কৰিব পৰা যথেষ্ট থল আছে । অতীজতে অবৈজ্ঞানিক ভাবে জংঘলৰ পৰা মৌ সংগ্ৰহ কৰি ইয়াক ব্যৱহাৰ কৰি আহিছিল যদিও ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌ পালন এক কাৰ্যকৰী উদ্যোগলৈ পৰ্যবেশিত হৈছে ।
চল্লিশ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ টকা আৰম্ভণী মূলধন হিচাপে লৈ এজন যুৱকে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে অৱশ্যে থলুৱা মৌ পালনৰ ক্ষেত্ৰত তিনিৰ পৰা চাৰিহাজাৰ টকা হ’লেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে।  গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত বিশেষ ভুমিকা পালন কৰাৰ উপৰিও প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰটো কোনোগুণে কম নহয়  এই উদ্যোগ । বৰ্তমান সময়ত একাংশ নিবনুৱা যুৱকে সংস্থাপনৰ তাগিদাত গাঁৱৰ পৰা চহৰলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । যুৱকসকলৰ মাজত ব্যৱসায়ৰ সঠিক ধাৰণাৰ অভাৱৰো  ই এক কাৰণ হ’ব পাৰে । অসম এখন কৃষিপ্ৰধান ৰাজ্য | ইয়াৰ প্ৰকৃতিৰ বুকুত সঞ্চিত হৈ থকা উপাদান সমূহ ব্যৱহাৰ কৰি কম মূলধনৰে বিজ্ঞানসন্মত ভাৱে  মৌ পালন কৰি এজন লোকে এটা পৰিয়াল অতি সুন্দৰভাৱে পোহ-পাল দিব পাৰে তাত কোনো সন্দেহ নাই। মাথো লাগে একাগ্ৰতা আৰু ধৈৰ্য্য । এই শংকিত সময়ত এইগৰাকী কলীয়াবৰীয়াক আদৰ্শ হিচাপে লৈ কৰ্মমূখী যাত্ৰা আৰম্ভ কৰিলে এক ইতিবাচক পথৰ সন্ধান লাভ কৰাটো নিশ্চিত ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKaliabor
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d