Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিলে বিকাশৰ নতুন দিগন্তৰ পদক্ষেপসমূহ; আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্য সাধনৰ দিশত আঠটা নতুন ক্ষেত্ৰৰ গঠনমূলক সংস্কাৰ

publisher by publisher
May 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড ঃ দেশজুৰি প্ৰযোজ্য হ’ব এখনেই ৰেচন কাৰ্ড
1
SHARES
7
VIEWS
ShareShareShareShare

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক পেকেজৰ বিষয়ে ঘোষণা কৰে যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

ADVERTISEMENT

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত আজি উদ্যোগখণ্ডৰ গাঁথনিমূলক সংস্কাৰ সমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বিভিন্ন খণ্ডৰ নীতিসমূহৰ সৰলীকৰণৰ আৱশ্যক হৈছে যাতে জনসাধাৰণে ইয়াক ভালদৰে অনুধাৱন কৰিব পাৰে আৰু ইয়াৰ গতিবিধিসমূহৰ সৈতে জড়িত হ’ব পাৰে৷

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

সংবাদমেলত শ্ৰীমতী সীতাৰমণে এই সংক্ৰান্তত ফাষ্ট ট্ৰেক বিনিয়োগৰ বাবে নীতিগত সংস্কাৰ তথা এই সংক্ৰান্তত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দোহাৰে৷

বিত্ত মন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্যে ফাষ্ট ট্ৰেক বিনিয়োগৰ বাবে নিম্নোক্ত নীতিগত সংস্কাৰ সমূহৰ বিষয়ে উল্লেখ কৰেঃ

সচিবসমূহৰ ক্ষমতাশালী গোট (ইজিঅ’এছ)ৰ জৰিয়তে ফাষ্ট-ট্ৰেক বিনিয়োগ ক্লীয়াৰেন্স
বিনিয়োগযোগ্য প্ৰকল্প প্ৰস্তুতিৰ বাবে প্ৰতিটো মন্ত্ৰালয়ত প্ৰকল্প বিকাশ কোষ, বিনিয়োগকাৰী আৰু কেন্দ্ৰীয়/ৰাজ্যিক চৰকাৰৰ সৈতে সমন্বয়
নতুন বিনিয়োগৰ প্ৰতিযোগিতাৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাকৈ ৰাজ্যসমূহৰ মূল্যায়ন
নতুন চেম্পিয়ন ক্ষেত্ৰৰ উত্তৰণৰ বাবে সাহায্য আঁচনি মুকলি কৰা হ’ব যেনে সৌৰ পিভি নিৰ্মাণ; উন্নত চেল বেটেৰী সঞ্চয়, ইত্যাদি
বিত্ত মন্ত্ৰীগৰাকীয়ে আজি কয়লা, খনি, প্ৰতিৰক্ষা উৎপাদন, অসামৰিক বিমান পৰিবহণ, শক্তি খণ্ড, সামাজিক আন্তঃগাঁথনি, মহাকাশ আৰু আণৱিক শক্তিকে ধৰি আঠটা ক্ষেত্ৰৰ বিষয়ে ঘোষণা কৰা গাঁথনিগত সংশোধনীসমূহ উল্লেখ কৰে৷

ক) কয়লা খণ্ড

কয়লা খণ্ডত বাণিজ্যিক খননৰ আৰম্ভণি

স্থিৰ টকা/টনৰ প্ৰণালীৰ বিপৰীতে ৰাজহ বিনিময় প্ৰণালী
পূৰ্বে কেৱল অন্তিম-ব্যৱহাৰ মালিকীস্বত্বৰ সৈতে সামান্য উপভোক্তাইহে নিবিদা দাখিল কৰিব পাৰিছিল
এতিয়া যিকোনো লোকে নিবিদা দাখিল কৰিব পাৰে আৰু মুক্ত বজাৰত বিক্ৰী কৰিব পাৰে
নিৰ্ধাৰিত সময়ৰ পূৰ্বে হোৱা উৎপাদনত ৰাজহ বিনিময়ত ৰেহাই৷
খ) খনি খণ্ড

খনি খণ্ডত ব্যক্তিগত বিনিয়োগৰ সুবিধাৰ সম্প্ৰসাৰণ

বাধাহীন ভাবে উদ্ঘাটন তথা খনন তথা উত্পাদন ব্যৱস্থাৰ সূচনা কৰা
মুক্ত আৰু স্বচ্ছ নিলাম ব্যৱস্থাৰ জৰিয়তে ৫০০ কয়লা ক্ষেত্ৰৰ আৱণ্টন কৰা
এলুমিনিয়াম উদ্যোগৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বাবে বক্সাইট আৰু কয়লাৰ যৌথ নিলাম ব্যৱস্থাৰ সূচনা কৰা।এই পদক্ষেপে এলুমিনিয়াম উদ্যোগৰ বিদ্যুতৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব
গ) প্ৰতিৰক্ষা খণ্ড

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনত স্বাৱলম্বীতা বৃদ্ধি

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰতাৰ বাবে ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে বছৰ নিৰ্দ্ধাৰিত সূচীৰ সৈতে আমদানী নিষিদ্ধ কৰা সমৰাস্ত্ৰ-প্লেটফৰ্মৰ তালিকা ঘোষণা, আমদানীকৃত যন্ত্ৰাংশৰ থলুৱাকৰণ, আভ্যন্তৰীণ মূলভুতঃ সামগ্ৰী ক্ৰয়ৰ বাবে আচুতীয়া বাজেটৰ ব্যৱস্থা আৰু আমদানীকৃত প্ৰতিৰক্ষা সামগ্ৰীৰ বাবে হোৱা ব্যয় হ্ৰাস৷
অৰ্ডনেন্স ফেক্টৰী ব’ৰ্ডৰ ঔদ্যোগিকীকৰণৰ জৰিয়তে অস্ত্ৰৰ যোগানৰ ক্ষেত্ৰত অধিক স্বায়ত্বতা, দক্ষতা আৰু দায়ৱদ্ধতা
ঘ) অসামৰিক বিমান পৰিবহণ খণ্ড

অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত কাৰ্যক্ষম আকাশমাৰ্গ ব্যৱস্থাপনা

ভাৰতীয় বায়ু পথৰ ব্যৱহাৰৰ নিষেধাজ্ঞাসমূহ শিথিল কৰা হ’ব যাতে অসামৰিক বিমান পৰিবহণ অধিক দক্ষশীল হয়৷ বিমান পৰিবহণ খণ্ড ইয়াৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ১০০০কোটি টকাৰ লাভ আহৰণ কৰিব

ঙ) শক্তি খণ্ড

শুল্ক নীতিৰ সংস্কাৰ

ক. গ্ৰাহকৰ অধিকাৰ

ডিছকমৰ অদক্ষতা গ্ৰাহকৰ বাবে বোজা নহ’ব৷
ডিছকমৰ বাবে সেৱাৰ মানদণ্ড আৰু জড়িত জৰিমনা
ডিছকমে পৰ্যাপ্ত শক্তিৰ যোগান নিশ্চিত কৰিব লাগিব, লোড-শ্বেডিং জৰিমনা যুক্ত হ’ব
খ. উদ্যোগৰ উত্তৰণ

ক্ৰছ ছাবচিডীসমূহৰ উত্তৰণমূলক হ্ৰাস
মুক্ত ব্যৱহাৰত সময়ভিত্তিক অনুদান
উৎপাদন আৰু সংবহন প্ৰকল্প বিকশিত কৰাসকলক প্ৰতিদ্বন্ধীতাৰ জৰিয়তে বাচনি কৰা হ’ব
গ. ক্ষেত্ৰৰ বহনক্ষমতা

কোনো নিয়ামক সম্পত্তি নাথাকিব
জেনক’ছৰ সময়মতে পৰিশোধ
সমৰ্থনৰ বাবে ডিবিটি; স্মাৰ্ট প্ৰিপেইড মিটাৰ
মুঠ ৮,১০০ কোটি টকাৰ পুঁজিৰ উন্নত ‘ভায়েবিলিটি গেপ ফাণ্ডিং স্কীম’ ৰ জৰিয়তে সামাজিক আন্ত:গাঠনিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

চৰকাৰে কোৱাণ্টাম অব্ ভায়েবিলিটী গেপ ফাণ্ডিং প্ৰতিটো প্ৰকল্প ব্যয়ৰ ভিজিএফ হিচাপে কেন্দ্ৰীয় আৰু ৰাজ্যিক/বৈধানিক সংস্থাৰ দ্বাৰা ৩০%লৈ বৃদ্ধি কৰিব

মহাকাশ সম্বন্ধীয় কাৰ্যকলাপত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি

ভাৰতৰ মহাকাশ যাত্ৰাত ভাৰতীয় ব্যক্তিগত খণ্ডইও সহযাত্ৰীৰ ৰূপত অগ্ৰসৰ হ’ব৷ উপগ্ৰহ, উৎক্ষেপণ আৰু মহাকাশভিত্তিক সেৱাসমূহত ব্যক্তিগতখণ্ডৰ উদ্যোগসমূহকো অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব৷ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকাৰীসকলৰ বাবে অনুমানযোগ্য নীতি আৰু নিয়ামক পৰিবেশ প্ৰদান কৰা হ’ব৷ ব্যক্তিগত খণ্ডকো ইছ’ৰৰ সুবিধাসমূহ তথা অন্যান্য প্ৰাসংগিক সম্পদসমূহ তেওঁলোকৰ দক্ষতা উত্তৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব৷ মহাকাশসম্বন্ধীয় অন্বেষণ, বহিঃবিশ্বৰ পৰিক্ৰমা আদিৰ ভৱিষ্যতৰ প্ৰকল্পসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হ’ব৷ প্ৰযুক্তি-উদ্যমীসকললৈ ৰিম’ট ছেন্সিং প্ৰদানৰ বাবে লিবাৰেল জিঅ’-স্পেচিয়েল ডাটা পলিচীৰ সুবিধা প্ৰদান কৰা হ’ব৷

আণৱিক শক্তি সম্বন্ধীয় সংস্কাৰ

চিকিৎসা আইচটপৰ উৎপাদনৰ বাবে পিপিপিভিত্তিত গৱেষণা ৰিয়েক্টৰৰ স্থাপন-কৰ্কট আৰু অন্যান্য ৰোগৰ চিকিৎসাৰ বাবে ব্যয়সাধ্য চিকিৎসাৰ জৰিয়তে মানৱ কল্যাণৰ উত্তৰণৰ ব্যৱস্থা কৰা হ’ব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d