- ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
- পুনৰ দুজন লোকৰ শৰীৰত কৰ’না ভাইৰাছ ৷
- স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
- নগাঁৱৰ আজিজুল হক ৰহমান (২০) আৰু তিতাবৰৰ মধুপুৰৰ সুদীপ বৰগোহাঞি(২০) ৰ শৰীৰত কৰ’না ভাইৰাছ ৷
- সম্প্ৰতি ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি ৷
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন ৷ চিকিৎসাধীন হৈ আছে ৫৭ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ ৷
ADVERTISEMENT