- পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ ।
- আনহাতে, পি এম কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ দিশত সংঘটিত হোৱা বিসংগতিৰ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্বভাৰ অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
- উক্ত তদন্তত বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুত কৰা তথা ইয়াৰ দায়িত্বত থকা বিষয়া তথা অন্যান্যসকলক জবাহদিহি কৰা ইত্যাদি সকলো দিশ সামৰি লোৱাৰ বাবে নিৰ্দেশ ।
- এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।
ADVERTISEMENT