ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২০৩ জনলৈ বৃদ্ধি

WhatsApp Image 2020 05 21 at 8.10.43 PM

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৪ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ দুজন আছিল সৰুসজাই কোৱাৰেন্টাইনত আৰু দুজন পশ্চিম কাৰ্বি আলঙৰ ৷

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৫৪ জন, চিকিৎসাধীন হৈ আছে ১৪২ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷ বহি:ৰাজ্যৰ দুজন |

Exit mobile version