Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সন্তান সম্ভৱা, পাঁচ বছৰৰ তলৰ সন্তানৰ মাতৃ কৰ্মচাৰীক ৰেহাই

publisher by publisher
May 23, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
সন্তান সম্ভৱা, পাঁচ বছৰৰ তলৰ সন্তানৰ মাতৃ কৰ্মচাৰীক ৰেহাই
2
SHARES
24
VIEWS
ShareShareShareShare

চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতিক কেন্দ্ৰ কৰি পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক দুটা পৰ্যায়ত কাৰ্যালয়ত উপস্থিতৰ বাবে জাৰি কৰা নিৰ্দেশনাক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ বাবে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড° এম অংগমুথুই যোৱাকালি এ(ই)১০৮/২০১৮/১২০ নম্বৰ নিৰ্দেশনাযোগে যোৱা ১৮ মে’ত এই সম্পৰ্কত জাৰি কৰা এছ (ই) ১০৮/২০১৮/১০৪ নম্বৰৰ নিৰ্দেশনাটো নিলম্বন কৰে । লগতে প্ৰতিটো বিভাগৰ অৱৰ সচিব পৰ্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলৰ কাৰ্যালয় সমূহত উপস্হিতিৰ সময় নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ সবাতোকৈ জ্যেষ্ঠ সচিবক একেটা নিৰ্দেশনাযোগে কৰ্তৃত্ব প্ৰদান কৰে। ইয়াৰ লগে লগে এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী কাৰ্যলয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ বিষয়টো সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ সবাতোকৈ জ্যেষ্ঠ সচিবজনে নিৰূপন কৰিব।

ADVERTISEMENT

দিছ্পুৰৰ এক সূত্ৰই যোৱা কালি এই কথা সদৰী কৰি জনোৱা মতে,চতুৰ্থ পৰ্যায়ৰ তালাবন্ধৰ সময়ত ৰাজ্যৰ চৰকাৰী কাৰ্যালয় সমূহত পূৰ্ণ শতাংশ বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰৰ বাবে ৰাজ্য চৰকাৰে এক নিদৰ্শনা জাৰি কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জাৰি কৰা এই নিৰ্দেশনাৰ জৰিয়তে চৰকাৰী কাৰ্যালয়সমূহৰ বিষয়া কৰ্মচাৰীৰ মাজত সামাজিক দূৰত্ব নিশ্চিত কৰাৰ স্বাৰ্থত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ৫০ শতাংশক পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ আৰু আন ৫০ শতাংশক পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ কাৰ্যালয়ত উপস্থিত থকাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশ দিয়ে। দুই পৰ্যায়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিতিৰ নিৰ্দেশ দিলেও সংশ্লিষ্ট কৰ্মচাৰীসকলে উক্ত নিৰ্দেশনা মৰ্মে প্ৰতিটো কৰ্মদিনত সুদীৰ্ঘ তিনি ঘণ্টা একেলগে একেটা কাৰ্যালয়তে কাম কৰিব লাগে। ইয়াৰ ফলত অহা যোৱাৰ সময়ত সামাজিক দূৰত্ব নিশ্চিত হলেও কাৰ্যালয় কক্ষৰ ভিতৰত প্ৰকৃত উদ্দেশ্য বিফল হোৱাটো পূৰ্ণ শতাংশই নিশ্চিত ।

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

ইয়াকে লৈ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ মাজত বিভ্ৰান্তিৰ লগতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে যোৱাকালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে যোৱা ১৮ মে’ত জাৰি কৰা কৰ্মচাৰীৰ উপস্থিতিৰ সম্পৰ্কীয় নিৰ্দেশনাটো নিলম্বন কৰি নতুন নিৰ্দেশনা জাৰি কৰা বুলি সূত্ৰটোৱে জনায়। লগতে চৰকাৰী কাৰ্যলয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিক লৈ যোৱাকালি জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি যিসকল মহিলা কৰ্মচাৰীৰ পাঁচ বছৰ বা তলৰ বয়সৰ সন্তান আছে সেইসকল মহিলা কৰ্মচাৰীএ এতিয়াৰে পৰা তলা বন্ধৰ সময়চোৱাত কাৰ্যলয়ত উপস্থিত নাথাকিলেও হ’ব। অৱশ্যে ঘৰত থকা সময়ছোৱাত ম’বাইল অথবা অন্যান্য ইলেকট্ৰনিক মাধ্যমৰে সংশ্লিষ্ট কৰ্মচাৰীসকলে কাৰ্যালয়ৰে যোগাযোগত থাকিব লাগিব। এনেদৰে সন্তান সম্ভৱা মহিলা কৰ্মচাৰী আৰু অন্যান্য ৰোগত আক্ৰান্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হব। অৱশ্যে সেৱা আৰু কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লগত প্ৰতক্ষ্যভাৱে জড়িত বিভাগসমূহত কৰ্মৰত বিষয়া- কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব বুলি সূত্ৰটোৱে জনায় । তদুপৰি উপ-সচিব পৰ্যায়ৰ বিষয়াসকলৰ লগতে ওপৰৰ সকলো আমোলা বিষয়াৰ সপ্তাহৰ সকলো কৰ্মদিনতে কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS COVID-19Covid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d