আধুনিক অলিম্পিক ইতিহাসৰ ১৬জন মহান খেলুৱৈৰ মাজৰ অন্যতম বলবীৰ সিং (জেষ্ঠ্য) আৰু নাই | ভাৰতীয় হকী দলৰ প্ৰাক্তন খেলুৱৈ তথা তিনিবাৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা বলবীৰ সিঙৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে দেশবাসীক । বিগত আঠ মে’ৰ পৰা পঞ্জাৱৰ মহালীৰ এখন হস্পাতালত চিকিৎসাধীন অৱস্থাত থকা সিঙে সোমবাৰে পুৱা ৯৫বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মহান খেলুৱৈজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰিছে | উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই সিঙক আধুনিক অলিম্পিক ইতিহাসৰ ১৬জন মহান খেলুৱৈৰ মাজত স্থান দিছিল।
প্ৰাক্তন হকী খেলুৱৈ বলবীৰ সিঙ পৰলোকঃ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
-
By publisher

- Categories: India, News
- Tags: Balbir SinghRIP Balbir SinghSarbananda Sonowal
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025