আধুনিক অলিম্পিক ইতিহাসৰ ১৬জন মহান খেলুৱৈৰ মাজৰ অন্যতম বলবীৰ সিং (জেষ্ঠ্য) আৰু নাই | ভাৰতীয় হকী দলৰ প্ৰাক্তন খেলুৱৈ তথা তিনিবাৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা বলবীৰ সিঙৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে দেশবাসীক । বিগত আঠ মে’ৰ পৰা পঞ্জাৱৰ মহালীৰ এখন হস্পাতালত চিকিৎসাধীন অৱস্থাত থকা সিঙে সোমবাৰে পুৱা ৯৫বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মহান খেলুৱৈজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰিছে | উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই সিঙক আধুনিক অলিম্পিক ইতিহাসৰ ১৬জন মহান খেলুৱৈৰ মাজত স্থান দিছিল।
প্ৰাক্তন হকী খেলুৱৈ বলবীৰ সিঙ পৰলোকঃ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
-
By publisher

- Categories: India, News
- Tags: Balbir SinghRIP Balbir SinghSarbananda Sonowal
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026