ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪২৭ জনলৈ বৃদ্ধি

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৩৫ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৮ জন গোলাঘাটৰ,৬ জন কোকৰাঝাৰৰ, ৫ জন কৰিমগঞ্জৰ, ২ জন তিনিচুকীয়া, ২ জন শিৱসাগৰ, ১ জন যোৰহাট আৰু ১ জন ধেমাজিৰ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৫৭ জন, চিকিৎসাধীন হৈ আছে ৩৬৩ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version