অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

EWrz7QpUwAEBQVb

ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ ফলত দুৰ্বল হৈ পৰা ৰাজ্যখনৰ অৰ্থনীতি পুনৰ নিৰ্মাণ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে ইয়াৰ চাৰিটা খণ্ডৰ প্ৰভাৱৰ বিশ্লেষণাত্মক অধ্যয়ন আৰু কাৰ্যসূচী সম্বলিত এক প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে ৷ বৈঠকত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনৰ শলাগ লৈ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে এই প্ৰতিবেদনে ৰাজ্যৰ অৰ্থনীতি পুনৰোজ্জীৱিতকৰণৰ দিশত দিক নিৰ্দেশনা প্ৰদান কৰিব ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে তলাবন্ধৰ ফলত যদিও ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে৷তৎস্বত্বেও ৰাজ্য অৰ্থনীতি পুনৰ নিৰ্মাণৰ দিশত এতিয়াও বহু সংখ্যক খণ্ডই বিশেষ সম্ভাৱনীয়তা বহন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় ইয়াৰ দ্বাৰা অৰ্থনীতিত চমকপ্ৰদ ফলাফল লাভ কৰিব পৰা যাব।

মুখ্যমন্ত্ৰী সোনোৱালৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্তসমূহ হৈছে-

Exit mobile version