চিৰাঙত দুৰ্নীতি নিবাৰন শাখাৰ অভিযান । প্ৰাপ্ত তথ্য অনুসৰি চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । অভিযোগ অনুসৰি জিলাখনৰ চিদলীৰ ঠুঙ্কুবাৰীৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মুল্যৰ দোকানী ধনঞ্জয় বৰ্মনক এক লাখ টকাৰ দাবী জনাইছিল । তাৰে আজি প্ৰথম কিস্তি হিচাপে ২০ হেজাৰ টকা দিয়াৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়া জনক । কে’বাঘন্টাজুৰি বিষয়া জনৰ চৰকাৰী আবাসত দুৰ্নীতি নিবাৰন শাখাৰ অভিযান চলে। তাৰ পিছতো এই পৰ্যন্ত অব্যাহত ৰাখে অভিযান।
চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক গ্ৰেপ্তাৰ
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026