শনিবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

Add a subheading 40

শনিবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ছেবাৰ। পুৱা ৯ বজাত ঘোষণা হ’ব ফলাফল । এইবাৰ কেৱল অনলাইনযোগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ফলাফল। ফলাফলৰ বাবে ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ :

www.results.sebaonline.org

www.resultsassam.nic.in

www.examresults.netwww.examresults.net/assam

www.indiaresults.comexametc.com

www.newsnation.in

www.newsstate.com

https://iresults.netAssamjobAlerts.com

www.assamResult.in

www.results.siksha

www.assam.siksha আৰু

www.jagranjosh.com

ইয়াৰোপৰি SEBA Results 2020 এপত লাভ কৰিব ফলাফল । Google play store ৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ । এই এপত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল আৰু নাম্বাৰ মাৰিলে লাভ কৰিব ফলাফলৰ লগতে মাৰ্কশ্বীট। ছাত্ৰ–ছাত্ৰীসকলে এপত টাইপ কৰিব লাগিব ৰোল নাম্বাৰ, জন্মদিন আৰু চেণ্টাৰ নাম্বাৰ ।

Exit mobile version