■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
ADVERTISEMENT
■ ৰাজ্যত পুনৰ ৭৩ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ভিতৰত কুৱেতৰ পৰা অহা ৩০ জন বিমানযাত্ৰী, ১২ জন কাছাৰৰ, ১০ জন কামৰূপৰ, ৯ জন কৰিমগঞ্জৰ, ৭জন কোকৰাঝাৰৰ, ২জন হাইলাকান্দিৰ আৰু ১ জনকৈ বৰপেটা, নগাঁও আৰু যোৰহাটৰ।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ২৭৭ জন, চিকিৎসাধীন হৈ আছে ১১৭৯ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জন ৷