অগপৰ সাংবাদমেল Live

Screenshot 20200603 132655

■ দলৰ লোকসকলক ক’ভিড১৯ ৰ এই সংগ্রাম খনত অংশীদাৰ হৈ কাম-কাজ সমূহ কৰিবলৈ আহ্বান।
■ বানপানীৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন অঞ্চলত যাতে ৰাইজৰ ওচৰে ওচৰে কৰ্মকর্তা সকল থাকে সেই সন্দৰ্ভত আহ্বান জনায় কৃষিমন্ত্রী অতুল বৰাই।
■ মহিলা পৰিষদ অথবা ছাত্ৰ পৰিষদ,সেইসকল সামাজিক মাধ্যমত সক্ৰিয় হ’বৰ বাবে যিখিনি প্রয়োজনীয় ব্যৱস্থা আছে সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Exit mobile version