Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি জীৱন যুদ্ধৰ আন এক সংগ্ৰাম

publisher by publisher
June 3, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি জীৱন যুদ্ধৰ আন এক সংগ্ৰাম
2
SHARES
16
VIEWS
ShareShareShareShare

যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰা লোকসকল ৷ অৱশ্যে তলাবন্ধৰ মাজতেই একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূৰ্বৰ জীৱিকা সলনি কৰি নতুন জীৱিকা হাতত লোৱাও পৰিলক্ষিত হৈছে। দীৰ্ঘদিনীয়া তলাবন্ধত পূৰ্বৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হাতত থকা সীমিত জমা ধনেৰে আৰম্ভ কৰিছে মাস্ক বিক্ৰীৰ নতুন ব্যৱসায় ৷ এই নতুন ব্যৱসায় কৰি তেওঁলোকে দৈনিক ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০০-৭০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথা জানিব পৰা গৈছে ৷ অতিমাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক এবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে পৰিগণিত হৈছে ।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিততেই নগাঁও জিলাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূৰ্বৰ জীৱিকা এৰি মাস্ক বিক্ৰীকেই জীৱিকা হিচাপে গ্ৰহণ কৰা দেখা গৈছে । এইক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা খনকে বাচি লৈ একাংশই আৰম্ভ কৰিছে এই নতুন ব্যৱসায় ৷ নগাঁৱৰ কলংপাৰ সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে মিঠা তেলৰ চাকি-বন্তি, ঘিউৰ বন্তি, ধূপ, মেছৰ লগতে মন্দিৰত প্ৰয়োজন হোবা ভিন্ন বিধ উপাসনাৰ সামগ্ৰী, নতুন ম’বাইল ফোনৰ চিম কাৰ্ডৰ সংযোগ, ম’বাইলৰ ৰিৰ্চাজ কাৰ্ড, ম’বাইল ক’ভাৰ, কলম আদি ভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি বিগত পোন্ধৰ-ষোল্ল বছৰে নিজৰ পৰিয়ালটো পোহ পাল দি অহা চহৰৰ পাৰ্শ্বৱৰ্তী হুজ গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক বিপুল কলিতা ৷

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

সম্প্ৰতি পৰিস্থিতিৰ তাগিদাত নিজৰ জীৱিকাকে সলনি কৰিবলৈ বাধ্য হোৱা বিপুলে কয়, “কৰ’ণা ভাইৰাছৰ এই ভয়াবহ পৰিস্থিতি ৰাজ্যখনলৈ অহাৰ আগতে মই কলংপাৰৰ সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত এখন ক্ষুদ্ৰ দোকান দি পৰিয়াল চলাই আছিলো ৷ কিন্তু, আজি দীঘলীয়া তলাবন্ধৰ ফলত সেই সকলো ব্যৱসায়ত যতি পেলালে ৷ সম্প্ৰতি চৰকাৰে তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিল কৰিছে আৰু পূৰ্বৰ দৰে বৰ্তমান ৰাইজ মঠ-মন্দিৰলৈ আহিবলৈ লৈছে ৷ গতিকে, আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি উন্নত মানদণ্ডৰ ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ লগতে N-95 মাস্ক, গ্ৰামাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা গোটে তৈয়াৰ কৰা ফুলাম গামোচাৰ মাস্ক সমূহ বিক্ৰী কৰাত নিয়োজিত হৈছো।”

এই নতুন ক্ষুদ্ৰ ব্যৱসায়ৰে নিজৰ পিতৃ-মাতৃ,পত্নীৰ লগতে দুটি সন্তানৰে ছয় জনীয়া পৰিয়ালটো পৰিচালনাৰ সপোন দেখিছে বিপুলে। বৰ্তমান গামোচাৰে তৈয়াৰী মাস্কৰ চাদিহা বৃদ্ধি পোৱাত দৈনিক চাৰিশ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হোবা বুলি জনায় এইজন যুৱ ব্যৱসায়ীয়ে ৷ আনহাতে, পূৰ্বে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এখন ঠেলাত আটকধুনীয়াকৈ সুসজ্জিত ৰূপত শিশু সকলৰ উপযোগী বিভিন্ন জ্ঞানৰ পুথিৰ লগতে কলম, স্কেল, ৰং-পেঞ্চিল, ৰবৰ, কাৰ্যালয়ৰ বিভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি নিজৰ দেউতাকৰ লগতে তেওঁৰ চাৰি জনীয়া পৰিয়ালটো পৰিচালনা কৰা নগাঁৱৰ কছলুখোৱা নিৱাসী মঞ্জু দাসে ঢাকাপট্টিস্থিত বিষ্ণুৰাভা মাৰ্কেটৰ পৰা ফুলাম গামোচা সমূহ ক্ৰয় কৰি নিজ ঘৰত তেওঁৰ পত্নীৰ সৈতে তৈয়াৰ কৰা মাস্ক সমূহ শ্বহীদ ভৱনৰ সন্মুখতে এতিয়া বিক্ৰী কৰি দৈনিক ৪০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

এইক্ষেত্ৰত মঞ্জু দাস নামৰ চল্লিছ বছৰীয়া যুৱ ব্যৱসায়ী জনে কয়, “পূৰ্বতে এই স্থানতে মই এখন থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিলো ৷ কিন্তু আজি দিৰ্ঘদিনীয়া এই তলাবন্ধৰ বাবে আমাৰ সেই ব্যৱসায়ত বহু ব্যাঘাত আহিল ৷ স্কুল-কলেজ-চৰকাৰী কাৰ্যালয় সমূহৰ বন্ধত অস্থায়ীৰূপে ঠেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰাতো এতিয়া কঠিন হৈ পৰিছে ৷ সেয়ে কি কৰিম কি নকৰিম বুলি চিন্তা কৰি থাকোতেই মনলৈ আহিল মাস্ক বিক্ৰী কৰা কথাটো ৷ তেতিয়াৰ পৰাই এইস্থানত মাস্ক বিক্ৰী কৰি আহিছো ৷ হাতত পৰ্যাপ্ত টকাৰ অভাৱৰ বাবে প্ৰথমাৱস্থাত মাত্ৰ চল্লিছ খন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিছিলো ৷ পৰৱৰ্তী সময়ত ডেৰশ-দুশখন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে ৷ বৰ্তমান সময়ত তলাবন্ধৰ নীতি নিয়ম চৰকাৰে কিছু শিথিল কৰাত মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা হৈছে আৰু শ্বহীদ ভৱনৰ কাষেৰে পাৰ হৈ যোৱা প্ৰায়ভাগ লোকেই মোৰ পৰা মাস্ক ক্ৰয় কৰি আহিছে ৷ এতিয়া দৈনিক মাস্ক বিক্ৰী কৰি ৪০০ টকাৰ পৰা ৬০০-৭০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ৷”

ইফালে, চহৰ খনৰ নতুন বজাৰস্থিত এগৰাকী ট্ৰেইলাৰিং তথা হয়ৱৰগাঁও ৰেল ষ্টেচনৰ কাষৰ আৱাসী ৫৩ বছৰীয়া স্বপন দাসে আজি প্ৰায় ২৮ বছৰ ধৰি নতুন বজাৰত ট্ৰেইলাৰিংৰ কাম কৰি নিজৰ এজন ককায়েকৰ লগতে পত্নী আৰু দুজন পুত্ৰ সন্তানেৰে পাঁচজনীয়া পৰিয়ালটো পৰিচালনা কৰি আহিছিল ৷ কিন্তু, আজি দীঘলীয়া তলাবন্ধৰ ফলত ট্ৰেইলাৰিং ব্যৱসায়টোত ঘোৰ অমানিশা নামি আহিল ৷ তলাবন্ধৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত এজনো গ্ৰাহক অহা নাই দোকানলৈ ৷ এনেদৰে আৰু কিমান দিন ঘৰতে হাত সাবতি বহি থাকিব এইসকল ক্ষুদ্ৰ ব্যৱসায় ৷ সেয়েহে তেৱোঁ আৰম্ভ কৰিছে এতিয়া ফুলাম গামোচাৰে তৈয়াৰী মাস্ক আৰু বিক্ৰীৰ নতুন জীৱিকা । সেইদৰে নতুন বজাৰত ফুলাম গামোচাৰে নিজ হাতে মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰা আন এগৰাকী উদ্যমী মহিলা হৈছে অনিতা দত্ত দাস ৷

নগাঁও চহৰৰ পানীগাঁও শান্তিবন নিৱাসী পেছাত এজন টম্-টম্ চালক প্ৰদীপ দাসৰ পত্নী এইগৰাকী মহিলাৰো চহৰৰ নতুন বজাৰতে আছে এখন ট্ৰেইলাৰিঙৰ দোকান ৷ তলাবন্ধৰ বাবে কোনো এবিধ পোচাক তৈয়াৰ কৰিবলৈ সক্ষম নোহোবা ৪২ বছৰীয়া মহিলা গৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰা ফুলাম গামোচাৰ লগতে কটনৰ ভিন্নৰঙী কাপোৰ কাটি অত্যাধুনিক ৰূপত নিজ হাতে তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে ইখনৰ পিছত সিখন মাস্ক ৷ এই মাস্ক বিক্ৰী কৰি বৰ্তমান তেওঁ দৈনিক উপাৰ্জন কৰিছে ৩০০ পৰা পাঁচশৰো অধিক টকা । তাৰেই সুন্দৰকৈ পৰিচালনা কৰি আহিছে স্বামীৰ লগতে পুত্ৰ-কন্যাৰে চাৰিজনীয়া পৰিয়ালটো ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19LockdownNagaon
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d